🔴24-Noor in fb
🌀🔴মিনি সূচিঃ ছুৰা-নূৰ-২৪(০১-৬৪) August 16, 2022 🟢324-মিনি সূচিঃPART-324(24:01-10)An-Noor Pre-Page:—- . . . 24:1(কোৰআনৰ বিধি-বিধান পালন কৰাটো ফৰ্জ-২৮:৮৫,২৪:১) 24:2(Interesting Note-1:Adultery-ব্যভিচাৰ) 24:4(যিসকলে সচ্চৰিত্ৰা নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে, তাৰ পিছত সিহঁতে চাৰিজন সাক্ষী উপস্থিত কৰিব নোৱাৰে, তেন্তে সিহঁতক তোমালোকে আশীটাকৈ বেত্ৰাঘাত কৰা-V.interesting Note/link) 🟢325-মিনি সূচিঃ PART-325(24:11-20)An-Noor ২৪:১৫(ref:যদি তুমি পৃথিৱীৰ অধিকাংশ লোকৰ কথামতে চলা, তেন্তে সিহঁতে তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব। Imp.link) ২৪:১৮(আল্লাহে তোমালোকৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বিবৃত কৰে-টোকা) ২৪:১৯(যৌন অশ্লীলতাৰ পৰা সাৱধান হওক) 🟢326-মিনি সূচিঃPart-326(24:21-29)An-Noor ২৪:২১(তোমালোকে চয়তানৰ পদাঙ্ক অনুসৰণ নকৰিবা।) ২৪:২৩(সচ্চৰিত্ৰা, সহজ-সৰলা নিৰ্মলচিত্ত, ঈমান্দাৰ নাৰীৰ প্ৰতি অপবাদ আৰোপ নকৰিব) ২৪:২৪(যিদিনা সিহঁতৰ কৃতকৰ্মৰ বিষয়ে সিহঁতৰ বিৰুদ্ধে সাক্ষ্য দিব সিহঁতৰেই (১)জিভা, (২)হাত আৰু সিহঁতৰ (৩)ভৰিয়ে) ২৪:২৫(আল্লাহ যিদৰে সুস্পষ্ট সত্য, সেইদৰে তেওঁৰ কিতাপো সুস্পষ্ট -১২:১) ২৪:২...