Posts

Showing posts with the label 🇮🇳Part-320(23:51-67)Al-Mu'minûn

🇮🇳Part-320(23:51-67)Al-Mu'minûn

🟦Part-320(23:51-67)Al-Mu'minûn 🟦 https://youtu.be/7N5zRKkIt9k Muktabul  💥টোকাঃ ⬆️এই ভিডিঅ' চাবই চাব, জৰুৰী। ।।। 🌐১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🌐২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। 🟦মিনি সূচিঃPart-320(23:51-67)Al-Mu'minûn 23:51✅('ৰাছুলসকল' বুলি ৰিছালত আগুৱাই নিয়াসকলক কৈছে) 23:52[উম্মত=সকলোকে উদ্দেশ্যি কৰা হৈছে যিসকলে প্ৰকৃততে এক আল্লাহত বিশ্বাস কৰে(অৰ্থাৎ  কেৱল এটা পথ), তেওঁলোকৰ ঐতিহাসিক ধৰ্ম যিয়েই নহওক কিয়।] 23:53(Sectarianism Condemned) 23:58(Meaning of Ayats-note) 22:59(Shrik) 22:62(কোৰআনৰ মতে চলিলে, আল্লাহে কাকো তাৰ সাধ্যাতীত দায়িত্বৰ বোজা অৰ্পন নকৰে) 23:67✅(All so-called Hadiths beyond Quran is Lahwal Hadith-see note) ।।। ❤️২৩:৫১ يَا أَيُّهَا الرُّسُلُ كُلُوا مِنَ الطَّيِّبَاتِ وَاعْمَلُوا صَالِحًا ۖ إِنِّي بِمَا تَعْمَلُونَ عَلِيمٌ ‘হে ৰাছুলসকল🇮🇳!...