Posts

Showing posts with the label 🇮🇳Part-322(23:78-92)Al-Mu'minûn

🇮🇳Part-322(23:78-92)Al-Mu'minûn

🟨Part-322(23:78-92)Al-Mu'minûn 🟨 https://youtu.be/Hj4r8-5oVgw Muktabul ।।। 🟨মিনি সূচিঃ322(23:78-92)Al-Mu'minûn ২৩:৮৪{(বেছিভাগ মুমিনেই দুজখৰ বাবে নিৰ্ধাৰিত। -কিয়? যিসকলে এক আল্লাহক বিশ্বাস কৰা বুলি কয়, তেওঁলোক আচলতে মুৰ্শিক হ’ব পাৰে: বিশ্বাসঘাতক-১২:১০৬)-টোকা চাওঁক} ২৩:৮৭(তাক্বৱা-টোকা চাওঁক) ২৩:৮৯(যাদু-টোকা চাওঁক) ২৩:৯০(সত্য(حَقِّ) মানে কোৰআন) ২৩:৯২(GHIBE(UNSEEN)-link) ।।। 🌐১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🌐২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। 🛑২৩:৭৮ وَهُوَ الَّذِي أَنْشَأَ لَكُمُ السَّمْعَ وَالْأَبْصَارَ وَالْأَفْئِدَةَ ۚ قَلِيلًا مَا تَشْكُرُونَ তেৱেঁই তোমালোকৰ বাবে শ্ৰৱণশক্তি, দৃষ্টিশক্তি আৰু অন্তৰসমূহ সৃষ্টি কৰিছে; কিন্তু তোমালোকে খুব কমেই কৃতজ্ঞতা প্ৰকাশ কৰা। . 🛑২৩:৭৯ وَهُوَ الَّذِي ذَرَأَكُمْ فِي الْأَرْضِ وَإِلَيْهِ تُحْشَرُونَ তেৱেঁই তোমালোকক পৃথিৱীত বিস্তৃত কৰিছে ...