Posts

Showing posts with the label 🌀🟢022MINI-CONTT(Al-Hajj)

🌀🟢Mini-Content:308(22:01-78)Al-Hajj

🇮🇳308-মিনি সূচিঃPart-309(22:1-6)Al-Hajj  fb আগ-কথাঃ ২২:১✅(তাক্বৱা📍 অৱলম্বন কৰক, কাৰণ ভয়ংকৰ কিয়ামত আহি আছে -টোকা) ২২:২(কিয়ামতৰ ভয়ৰ সৈতে ই  প্ৰতিজন মানুহক আগুৰি ধৰিব; ইমানদাৰৰ কোনো ভয় নাই-টোকা) ২২:৩-৪(বিদ্ৰোহী চয়তান-টোকা) ২২:৫✅(According to modern biology, the normal period for pregnancy, starting from fertilization until birth is 38 weeks and 266 days....see note) ২২:৬(Allah "the Ultimate Sovereign"). . 🇮🇳309-মিনি সূচিঃPart-309(22:7-17)Al-Hajj ২২:৭(আল্লাহে মৃতকক তেওঁলোকৰ বিচ্ছিন্ন অৱস্থাৰ পৰা পুনৰুত্থান কৰিব, সেয়া কবৰতেই হওক বা সাগৰতেই হওক বা ছাইতেই হওক) ২২:১১(Those Who Conditionally Serve God) ২২:১৩(ref-যিয়ে ভাল উপাৰ্জন কৰিছে ইয়াৰ প্ৰতিফল তাৰ বাবেই, আৰু যিয়ে বেয়া উপাৰ্জন কৰিছে ইয়াৰ প্ৰতিফল সি নিজেই ভোগ কৰিব) ২২:১৪✅(Pairing:1 = Those who believe and do good deeds. 2 = Observe the Salat and give the Zakat) ২২:১৫(যিসকলে আল্লাহৰ ওপৰত নিজৰ সকলো আস্থা ৰাখে(see Google translate):see link) ২২:১৬(আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা  সৎপথত পৰিচালিত কৰে-link) ২২...