🌀🇮🇳Mini-Content:316/317(23:01-118)Al-Mu'minû(The Believers)
🇮🇳316-317-মিনি সূচিঃParts-316 & 317(23:01-09 & 10-22)Al-Mu'minûn(The Believers). আগ-কথা: ২৩:১১(মুমিনসকলেই অধিকাৰী হ’ব ফিৰদাউছৰ) ২৩:১২-১৬( Human growth process:Out of the drop of semen, Allah created a suspended zygote (like a leech). From the zygote We created an embryonic lump-See note) ২৩:১৭✅{The Seven Universes...নিশ্চয় আমি তোমালোকৰ ওপৰত সৃষ্টি কৰিছো সাতোখন আকাশ ...(Seven universe: Read excited Note:link: https://bit.ly/3d08ztI )} ২৩:১৮-১৯(Modern research shows that 16 million tons of water evaporates from the earth every second ...See note) ২৩:২১-২২(ঘৰচীয়া জন্তুবোৰৰ গাখীৰ আৰু মাংস) . 🇮🇳318-মিনি সূচিঃPart- 318(23:23-36)Al- Mu'minûn ২৩:২৩-৩০(নুহৰ-আ:ছা: সত্য কাহিনী) ২৩:৩০(কোৰআনত বৰ্ণোৱা প্ৰত্যেকটো সত্য কাহিনীৰ আঁৰত চিন্তা কৰাসকলৰ বাবে আছে বাৰ্তা। ইয়াৰ দ্বাৰা আল্লাহে মানুহক পৰীক্ষা কৰে।) ২৩:৩২(আল্লাহে মানুহৰ মাজৰ পৰাই এজনক ৰাছুল হিচাপে নিৰ্বাচিত কৰা হয়-টোকা) ২৩:৩৩-৩৬(Prophets after Noah 23:33–23:50) . 🇮🇳319-মিনি সূচিঃPart-319(23:37-50)Al-Mu'minûn (Prop...