🟢Part-311(22:26-31)Al-Hajj(Pilgrimage)

🟨Part-311(22:26-31)Al-Hajj(Pilgrimage)
.
🟨মিনি সূচিঃPart-311(22:26-31)Al-Hajj
২২:২৬✅(ইব্ৰাহীম-আ:ছা: ইছলামৰ মূল ৰাছুল -link)
২২:২৭(হজ্জৰ উদ্দেশ্য-টোকা)
২২:২৮✅(ঈদউজজ্বোহাৰ সময়ত একেলগে গোটেই পৃথিৱীতে যি আল্লাহৰ নামত জন্তুৰ কোৰবাণী কৰা হয় সেই নিয়ম কিন্তু কোৰআনত উল্লেখ নাই-Note)
।।।
🌐১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
🌐২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🔴২২:২৬
وَإِذْ بَوَّأْنَا لِإِبْرَاهِيمَ مَكَانَ الْبَيْتِ أَنْ لَا تُشْرِكْ بِي شَيْئًا وَطَهِّرْ بَيْتِيَ لِلطَّائِفِينَ وَالْقَائِمِينَ وَالرُّكَّعِ السُّجُودِ
আৰু স্মৰণ কৰা, যেতিয়া আমি ইব্ৰাহীমক ঘৰৰ (বাইতুল্লাহৰ) স্থান নিৰ্ধাৰণ কৰি দিছিলো, তেতিয়া কৈছিলো, ‘মোৰ লগত আন কাকো অংশী নকৰিবা আৰু মোৰ ঘৰখনক তাৱাফকাৰীসকলৰ বাবে, চালাত আদায়কাৰীসকলৰ বাবে আৰু ৰুকু-ছাজদাকাৰীসকলৰ বাবে পৱিত্ৰ কৰি ৰাখিবা।
.
✍️Note/link:
(ইব্ৰাহীম-আ:ছা: ইছলামৰ মূল ৰাছুল).
.
✍️Verse/Note:
26. This center of Divine Order was founded by Abraham, so that obedience would 
remain for Allah alone. No one else should be ascribed a share in it. We had told him that the center should be purged of all self-made concepts and beliefs and reserved for educating and disciplining people. The responsibilities of people so organised would be to supervise and keep vigil over the actions of other nations; establish an exemplary social and judicial system; and thereafter to completely submit to the Divine Order. (2:125; 2:197; 3:17; 3:95.)(pz).
.
✍️Verse/note/ref:
22:26 Behold! We pointed the site of the Sacred House, Ka’bah, to Abraham, saying, “Associate none with Me, and keep My House clean of human dogmas for those whose Divine Ideology of Monotheism will revolve around this Center for all mankind. Train the visitors to stand up for truth, and bow to and fully submit before Divine Commands.” [2:125, 2:197, 3:95-97, 22:28-29](sa).
.
🔴২২:২৭
وَأَذِّنْ فِي النَّاسِ بِالْحَجِّ يَأْتُوكَ رِجَالًا وَعَلَىٰ كُلِّ ضَامِرٍ يَأْتِينَ مِنْ كُلِّ فَجٍّ عَمِيقٍ
(হে ইব্ৰাহিম)‘আৰু মানুহৰ মাজত হজ্জৰ বাবে ঘোষণা কৰি দিয়া, তেওঁলোকে তোমাৰ ওচৰত আহিব খোজকাঢ়ি আৰু সকলো ধৰণৰ উটৰ পিঠিত আৰোহণ কৰি, তেওঁলোক আহিব দূৰ-দূৰণিৰ পথ অতিক্ৰম কৰি;
(Regarding the annual pilgrimage to Mecca, as instituted in Islam, see 2:196 ).
.
✍️Note(হজ্জৰ উদ্দেশ্য):
.
✍️Note:
Challenge, confront, trial, test (Arabic: hajj-Root H'J'J). See verse 2:76.sig.
.
🔴২২:২৮
لِيَشْهَدُوا مَنَافِعَ لَهُمْ وَيَذْكُرُوا اسْمَ اللَّهِ فِي أَيَّامٍ مَعْلُومَاتٍ عَلَىٰ مَا رَزَقَهُمْ مِنْ بَهِيمَةِ الْأَنْعَامِ ۖ فَكُلُوا مِنْهَا وَأَطْعِمُوا الْبَائِسَ الْفَقِيرَ
‘যাতে তেওঁলোকে নিজৰ কল্যাণৰ ঠাইবোৰত উপস্থিত হ’ব পাৰে আৰু আল্লাহে তেওঁলোকক চতুষ্পদ জন্তুৰ পৰা যিবোৰ জীৱিকা হিচাপে দান কৰিছে সেইবোৰৰ ওপৰত নিৰ্দিষ্ট দিনবোৰত আল্লাহৰ নাম উচ্চাৰণ কৰিব পাৰে। সেয়ে তোমালোকে তাৰ পৰা নিজে খোৱা আৰু দুখীয়া-নিচলা, অভাৱগ্ৰস্তক আহাৰ কৰোৱা।
.
✍️✍️Imp.Note:
ঈদউজজ্বোহাৰ সময়ত একেলগে গোটেই পৃথিৱীতে যি আল্লাহৰ নামত জন্তুৰ কোৰবাণী কৰা হয় সেই নিয়ম কিন্তু কোৰআনত উল্লেখ নাই🌀। এই কোৰবাণী ইব্ৰাহিম -ইছমাইলৰ বাইবেল কাহিনীৰ লগত মিলাই কৰা হয়। এই বিষয়ে আমি পাছৰ ছুৰাবিলাকত উল্লেখিত সম‌য়ত আলোচনা ইন শ্বা আল্লাহ কৰিম।
তলৰ ২২:২৮ নং আয়াতত হজৰ সময়ত পশুধনৰ ব্যৱসায়ি বা ইয়াক ৰখা লোকক খোৱা/খোওৱাবলৈ কৈছে। আল্লাহৰ নামত কোৰবানী কৰিবলৈ কোৱা নাই। তলৰ এই আ‌য়াতটোত "📍আল্লাহৰ নাম উচ্চাৰণ" মানে বিছমিল্লা আল্লাহু আকবাৰ বুলি আল্লাহৰ নামত জবাই কৰা নহয়। এই কথাটো তলৰ ৬:১৩৮ আয়াতে স্পষ্ট কৰিছে।(🌀https://bit.ly/3OBNGCh)

২২:২৮
لِيَشْهَدُوا مَنَافِعَ لَهُمْ وَيَذْكُرُوا اسْمَ اللَّهِ فِي أَيَّامٍ مَعْلُومَاتٍ عَلَىٰ مَا رَزَقَهُمْ مِنْ بَهِيمَةِ الْأَنْعَامِ ۖ فَكُلُوا مِنْهَا وَأَطْعِمُوا الْبَائِسَ الْفَقِيرَ
‘যাতে তেওঁলোকে নিজৰ কল্যাণৰ ঠাইবোৰত উপস্থিত হ’ব পাৰে আৰু আল্লাহে তেওঁলোকক চতুষ্পদ জন্তুৰ পৰা যিবোৰ জীৱিকা হিচাপে দান কৰিছে সেইবোৰৰ ওপৰত নিৰ্দিষ্ট দিনবোৰত আল্লাহৰ নাম উচ্চাৰণ📍 কৰিব পাৰে। সেয়ে তোমালোকে তাৰ পৰা নিজে খোৱা আৰু দুখীয়া-নিচলা, অভাৱগ্ৰস্তক আহাৰ কৰোৱা।

৬:১৩৮
وَقَالُوا هَٰذِهِ أَنْعَامٌ وَحَرْثٌ حِجْرٌ لَا يَطْعَمُهَا إِلَّا مَنْ نَشَاءُ بِزَعْمِهِمْ وَأَنْعَامٌ حُرِّمَتْ ظُهُورُهَا وَأَنْعَامٌ لَا يَذْكُرُونَ اسْمَ اللَّهِ عَلَيْهَا افْتِرَاءً عَلَيْهِ ۚ سَيَجْزِيهِمْ بِمَا كَانُوا يَفْتَرُونَ
আৰু সিহঁতে সিহঁতৰ ধাৰণা অনুযায়ী কয়, ‘এইবোৰ চতুষ্পদ জন্তু আৰু শস্যক্ষেত্ৰ নিষিদ্ধ, আমি যাক ইচ্ছা কৰো তাৰ বাহিৰে কোনেও এইবোৰ খাব নোৱাৰিব’, আৰু কিছুসংখ্যক চতুষ্পদ জন্তুৰ পিঠিত আৰোহণ নিষিদ্ধ কৰা হৈছে আৰু কিছুসংখ্যক পশু জবেহ কৰাৰ সময়ত সিহঁতে ✔️আল্লাহৰ নাম নলয়। এই সকলোবোৰ সিহঁতে আল্লাহ সম্পৰ্কে ✔️মিছা ৰটনাৰ উদ্দেশ্যে কৈ ফুৰে; সিহঁতৰ এই মিছা ৰটনাৰ প্ৰতিফল তেওঁ অচিৰেই সিহঁতক প্ৰদান কৰিব।
.
কথাবোৰ বুজিবলৈ চাৰিটা ভিডিঅ'ৰ আলোচনাৰ চেট আছে। এইবোৰ দীঘলীয়া। গতিকে কিছু বুজিবলৈ খণ্ড চাৰিৰ(শেষৰ মন্তব্য) ৩৪ মি:ৰ ভিডিঅ'টো চাব পাৰে। তাকো নোৱাৰিলে তাৰ আধা অৰ্থাৎ ১৫ মি: মান চাব পাৰে। তলত ভিডিঅ'-৪ নং:
.
✍️Note:
An important note: Most people think that non-Muslims are forbidden from coming to Makkah and Madinah but this belief is contrary to the Qur’an. The idolaters are forbidden only to ‘ya’mur’ or administer the Masjid for obvious ideological reasons. 9:17, 3:97. In fact, they must be allowed to come and witness the benefits of the unity of mankind. 22:27(sa).
.
🔴২২:২৯
ثُمَّ لْيَقْضُوا تَفَثَهُمْ وَلْيُوفُوا نُذُورَهُمْ وَلْيَطَّوَّفُوا بِالْبَيْتِ الْعَتِيقِ
‘তাৰ পিছত তেওঁলোকে যেন অপৰিচ্ছন্নতা দূৰ কৰে আৰু তেওঁলোকৰ মানত পূৰ্ণ কৰে আৰু প্ৰাচীন ঘৰৰ তাৱাফ কৰে’।
.
✍️Note:
I.e., around the Kabah (see surah 2:125)  thus completing the pilgrimage.(as).
.
🔴২২:৩০
ذَٰلِكَ وَمَنْ يُعَظِّمْ حُرُمَاتِ اللَّهِ فَهُوَ خَيْرٌ لَهُ عِنْدَ رَبِّهِ ۗ وَأُحِلَّتْ لَكُمُ الْأَنْعَامُ إِلَّا مَا يُتْلَىٰ عَلَيْكُمْ ۖ فَاجْتَنِبُوا الرِّجْسَ مِنَ الْأَوْثَانِ وَاجْتَنِبُوا قَوْلَ الزُّورِ
এইটোৱে বিধান আৰু যিয়ে আল্লাহৰ সন্মানিত বিধানাৱলীৰ প্ৰতি সন্মান কৰিব তেন্তে তাৰ প্ৰতিপালকৰ ওচৰত তাৰ বাবে এইটোৱে উত্তম। তোমালোকৰ বাবে চতুষ্পদ জন্তু হালাল কৰা হৈছে কিন্তু সেইবোৰৰ বাহিৰে যিবোৰৰ বিষয়ে তোমালোকক তিলাৱত কৰি (নিষিদ্ধ বুলি) জনোৱা হৈছে। সেয়ে তোমালোকে মূৰ্তিপূজাৰ অপৱিত্ৰতাৰ পৰা বাছি থাকা আৰু মিছা কথা বৰ্জন কৰা।
.
✍️Verse/note:
All this is the purpose of Hajj. Whoever will honor these Directives and Limitations, it will be well for him in the Sight of his Lord. The livestock here is lawful food for you except for those already prohibited (2:173), (5:3), (6:145), (16:115). You shall avoid idol worship in any form, and abstain from bearing false witness. Avoid all things that bring your progress to a standstill. Lying, bearing false witness and flamboyant behavior are specifically forbidden at this congregation to prevent nullification of the grand objective (Rijs, Awthan, Zoor encompass all the stated meanings)(sa).
⬇️
GOOGLE TRANSLATE NO GUARANTEE:
এই সকলোবোৰ হজ্জৰ উদ্দেশ্য।  যিয়েই এই নিৰ্দেশনা আৰু সীমাবদ্ধতাসমূহক সন্মান কৰিব, তেওঁৰ প্ৰভুৰ দৃষ্টিত তেওঁৰ বাবে ভাল হ’ব।  ইতিমধ্যে নিষিদ্ধ (২:১৭৩), (৫:৩), (৬:১৪৫), (১৬:১১৫) সকলৰ বাহিৰে ইয়াত পশুধনবোৰ আপোনালোকৰ বাবে বৈধ খাদ্য।  তোমালোকে কোনো ধৰণৰ মূৰ্তি পূজাৰ পৰা বিৰত থাকিবা, আৰু মিছা সাক্ষ্য দিয়াৰ পৰা বিৰত থাকিবা।  আপোনাৰ অগ্ৰগতি স্তব্ধ কৰি তোলা সকলো কামৰ পৰা আঁতৰি থাকক।  এই মণ্ডলীত মিছা কোৱা, মিছা সাক্ষ্য দিয়া আৰু আড়ম্বৰপূৰ্ণ আচৰণ বিশেষভাৱে নিষিদ্ধ যাতে মহান উদ্দেশ্যক বাতিল কৰা নহয় (ৰিজছ, আৱথান, জুৰে সকলো উল্লেখিত অৰ্থক সামৰি লৈছে)
.
✍️Note:
Food: See verse  2:168. Do not bear false witness 63:1.sig.
.
🔴২২:৩১
⬅️حُنَفَاءَ لِلَّهِ غَيْرَ مُشْرِكِينَ بِهِ ۚ وَمَنْ يُشْرِكْ بِاللَّهِ فَكَأَنَّمَا خَرَّ مِنَ السَّمَاءِ فَتَخْطَفُهُ الطَّيْرُ أَوْ تَهْوِي بِهِ الرِّيحُ فِي مَكَانٍ سَحِيقٍ
আল্লাহৰ প্ৰতি একনিষ্ঠ হৈ* আৰু তেওঁৰ লগত আনক অংশীদাৰ নকৰি। কাৰণ যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে সি যেনিবা আকাশৰ পৰা পৰিল আৰু চৰাইয়ে তাক থাপ মাৰি লৈ গ’ল নাইবা বতাহে তাক উৰুৱাই নি কোনো দূৰৱৰ্তী ঠাইত নিক্ষেপ কৰিলে।
.
✍️BB-ref:(98:5)*
৯৮:৫
وَمَا أُمِرُوا إِلَّا لِيَعْبُدُوا اللَّهَ مُخْلِصِينَ لَهُ الدِّينَ ⬅️حُنَفَاءَ وَيُقِيمُوا الصَّلَاةَ وَيُؤْتُوا الزَّكَاةَ ۚ وَذَٰلِكَ دِينُ الْقَيِّمَةِ
আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে আৰু যেন ছালাত প্ৰতিষ্ঠা কৰে আৰু যাকাত প্ৰদান কৰে, আৰু এইটোৱেই হৈছে সঠিক দ্বীন।
(For an explanation of the term hunafa (sing. hanif ), pl find verse/note on 2:135 -see link:
.
🟨WORD BY WORD MEANING:
[22:26] And (Wa) when (Iz') We assigned (Bawwa'naa) the site (Makaana) of the House (El'Bai'ti) to (Li)
Abraham (Ib'raahiima) that (An), "Do not (Laa) associate (Tush'rik) anything (Shai'an) with ME (Bii) and 
(Wa) purify (Tahhir') MY House (2:125) (Bai'tiya) for (Li) those who walk around (Toa'ifiina) and those who 
stay (El'Qaa'imiina) and (Wa) those who bow down (Er'Rukkae) in prostration (Es'Sujuud).
[22:27] "And (Wa) announce (Azzin) among (to) (Fii) the people (En'Naasi) about (Bi) the Pilgrimage 
(El'Hajji)*; they will come to you (Abraham)
(Ya'tuu-ka) by walking (Rijaalan) and (Wa) by (Ålaa) every (Kulli)
means (Doamirin), coming (Ya'tiina) from (Min) every (Kulli) deep (Åmiiq) road (Fajjin).
[22:28] that (Li) they may witness (Yash'hadu') the benefits (Manaafiå) for themselves (Lahum) and (Wa)
commemorate (Yaz'kuru') the name of GOD (Es'ma-llahi) during (Fii) the well-known (fixed)
(Ma'luumaatin)
days (Ayyaamin) over (Ålaa) what (Maa) HE has provided for them (Razaqa-hum) of (Min) livestock 
(El'An'ååmi) animals (Bahiimati); so (Fa) eat (Kulu') of them (Min'haa) and (Wa) feed (At'emu') those who are
miserable (El'Baa’isa) and the needy (El'Faqiir). 
[22:29] "And let (Thummal') them conclude (Yaq'du') their quenching (Tafatha-hum) and let them (Wal')
fulfil (Yuufu') their vows (Nuzuura-hum) and let them (Wal') walk around (Yattowwafu' Bi) the Ancient
(El'Åtiiq) House (the Kaaba) (El'Bai'ti)." 
[22:30] That (Zaalika), and whoever (Waman) venerates (Yuåzzim) the holiness of GOD (Hurumaati-llahi), 
then (Fa) it (Huwa) is better (Khai'run) for him (Lahu) at (Enda) his LORD (Rabbi-hi). And (Wa) lawful for 
you (Uhillat' Lakumu) are the livestock (El'An'ååmu), except (illa) what (Maa) is recited (Yut'laa) to you (p)
(Ålai'kum). So (Fa) avoid (Ej'tanibu') the filth (Er'Rij'sa) of (Mina) idols (El'Aw'thaani) and (Wa) avoid 
(Ej'tanibu') the statement (Qaw'la) of falsehood (Ez'Zuur).
[22:31] Be true (98:5) (Hunafaa'a) to GOD (Lillahi), without (Gai'ra) associating others (Mush'rikiina) with 
HIM (Bihi). And (Wa) whoever (Man) associate others (Yush'rik) with GOD (Billahi), then (Fa) it is as if 
(Ka'annamaa) he had fallen (Kharra) from (Mina) the sky (Es'Samaai) and (Fa) the birds (Ettoi'ru) snatched 
him (Takh'tafu-hu) or (Aw') the wind (Er'Riihu) swoop him down (Tah'wii Bihi) into (Fii) a remote (Sahiiq)
location (Makaanin).
.
Analysis- Syedraf, video- #muktabulhussain

Comments

Popular posts from this blog

🇮🇳Part-321(23:68-77)Al-Mu'minûn

🇮🇳Part-323(23:93-118)Al-Mu'minûn(End)