🇮🇳Part-323(23:93-118)Al-Mu'minûn(End)
🟩Part-323(23:93-118)Al-Mu'minûn(End)
🟩https://youtu.be/T-JQ-45JRsA Muktabul
.
🟩মিনি সূচিঃPart-323(23:93-118)Al-Mu'minûn
২৩:৯৬(সৎকৰ্মৰে অসৎকৰ্মক প্ৰতিহত কৰা)
২৩:৯৭-৯৮✅(চয়তানৰ পৰা ৰক্ষা পাবলৈ একমাত্ৰ দোৱা)
২৩:৯৯(The Dead Never Come Back Until the Day of Resurrection)
২৩:১০০✅(বাৰযাখ: ভিডিঅ' চাওঁক। কবৰত আজাব নাই।)
২৩:১০১(সেইদিনা পৰস্পৰৰ মাজত আত্মীয়তাৰ কোনো বন্ধন নাথাকিব-see references)
২৩:১০২-১১১✅(শেষ বিচাৰত তুলাচানিৰ গধূৰ/পাতলৰ কথা আহিছে। কোৰআনৰ মতে(১০৫) আল্লাহৰ গোলামি/ইবাদত নকৰাৰ পৰিণতিৰ কথা আৰু ধৈৰ্যৰে ইবাদত কৰাৰ পুৰস্কাৰৰ কথা কোৱা হৈছে।)
২৩:১১৬(আল্লাহেই সন্মানিত আৰছৰ ৰব-see refs)
।।।
🌐১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
🌐২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🔵২৩:৯৩(Repel Evil with Good Work).
قُلْ رَبِّ إِمَّا تُرِيَنِّي مَا يُوعَدُونَ
কোৱা, ‘হে মোৰ ৰব! যি বিষয়ে সিহঁতক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে, তুমি যদি সেয়া মোক (মোৰ জীৱন কালতে) দেখুৱাব বিচৰা---
.
🔵২৩:৯৪
رَبِّ فَلَا تَجْعَلْنِي فِي الْقَوْمِ الظَّالِمِينَ
‘তেনেহ’লে, হে মোৰ ৰব! তুমি মোক যালিম সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত নকৰিবা’।
.
✍️ref:8:25
৮:২৫
وَاتَّقُوا فِتْنَةً لَا تُصِيبَنَّ الَّذِينَ ظَلَمُوا مِنْكُمْ خَاصَّةً ۖ وَاعْلَمُوا أَنَّ اللَّهَ شَدِيدُ الْعِقَابِ
আৰু তোমালোকে ফিতনা-ফাছাদৰ পৰা আঁতৰত থাকিবা, (কিয়নো ইয়াৰ অশুভ পৰিণাম) যিটো বিশেষকৈ তোমালোকৰ মাজৰ যিসকল যালিম কেৱল সিহঁতৰ মাজতেই সীমাবদ্ধ নাথাকে। আৰু জানি থোৱা, নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।
.
🔵২৩:৯৫
وَإِنَّا عَلَىٰ أَنْ نُرِيَكَ مَا نَعِدُهُمْ لَقَادِرُونَ
আৰু আমি সিহঁতক যি বিষয়ে প্ৰতিশ্ৰুতি দান কৰিছো, অৱশ্যে সেয়া আমি তোমাক দেখুৱাবলৈ সক্ষম।
.
✍️Verse/note/ref:
23:95. (With all the above it should be clear that) We certainly have the power to bring
about, during your lifetime, the punishment about which they are warned. (Yet it does not
make any difference whether it occurs during your lifetime or after that. The decision in
every case will be according to Our Law of Mukafat ~ 10:46; 13:40; 43:42)pz
.
🔵২৩:৯৬
ادْفَعْ بِالَّتِي هِيَ أَحْسَنُ السَّيِّئَةَ ۚ نَحْنُ أَعْلَمُ بِمَا يَصِفُونَ
সৎকৰ্মৰে অসৎকৰ্মক প্ৰতিহত কৰা; সিহঁতে (আমাৰ প্ৰতি) যি আৰোপ কৰে সেই সম্পৰ্কে আমি সবিশেষ অৱগত।
.
✍️Note:
See surah 13:22 . In the present context, the evil referred to consists - as the next clause shows - in blasphemous attempts at "defining" God (cf. verse 91); but the ethical principle implied in the above injunction is the same as that expressed in the last clause of 13:22 as well as in 41:34 namely, that evil must not be countered with another evil but, rather, repelled by an act of goodness.(as).
(১৩:২২
وَالَّذِينَ صَبَرُوا ابْتِغَاءَ وَجْهِ رَبِّهِمْ وَأَقَامُوا الصَّلَاةَ وَأَنْفَقُوا مِمَّا رَزَقْنَاهُمْ سِرًّا وَعَلَانِيَةً وَيَدْرَءُونَ بِالْحَسَنَةِ السَّيِّئَةَ أُولَٰئِكَ لَهُمْ عُقْبَى الدَّارِ
আৰু যিসকলে নিজ প্ৰতিপালকৰ সন্তুষ্টি লাভৰ বাবে ধৈৰ্য ধাৰণ কৰে আৰু চালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি জীৱনোপকৰণ দিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে লগতে ভাল কৰ্মৰ দ্বাৰা বেয়া কৰ্মক প্ৰতিহত কৰে, তেওঁলোকৰ বাবেই আছে আখিৰাতৰ শুভ পৰিণাম।
.
৪১:৩৪
وَلَا تَسْتَوِي الْحَسَنَةُ وَلَا السَّيِّئَةُ ۚ ادْفَعْ بِالَّتِي هِيَ أَحْسَنُ فَإِذَا الَّذِي بَيْنَكَ وَبَيْنَهُ عَدَاوَةٌ كَأَنَّهُ وَلِيٌّ حَمِيمٌ
ভাল আৰু বেয়া কেতিয়াও সমান হ’ব নোৱাৰে। সেয়ে উৎকৃষ্ট পন্থাৰে বেয়াক প্ৰতিহত কৰা, ফলত তোমাৰ আৰু যাৰ মাজত শত্ৰুতা আছে, (এনে কৰিলে) সি হৈ যাব তোমাৰ অন্তৰঙ্গ বন্ধুৰ দৰে।)
.
✍️Note:
Tolerance and understanding is advocated at all times by God. A good example is the best
weapon against evil and corrupt people. By applying this guidance individuals can excel in being
good examples. See verse 16:125.(signet).
.
🔵২৩:৯৭(চয়তানৰ পৰা ৰক্ষা পাবলৈ).
وَقُلْ رَبِّ أَعُوذُ بِكَ مِنْ هَمَزَاتِ الشَّيَاطِينِ
আৰু কোৱা, ‘হে মোৰ ৰব! মই চয়তানৰ প্ৰৰোচনাৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ’।
.
✍️Note:
Lit., "of the satans'' or "satanic forces": see 2:14.(as).
(২:১৪
وَإِذَا لَقُوا الَّذِينَ آمَنُوا قَالُوا آمَنَّا وَإِذَا خَلَوْا إِلَىٰ شَيَاطِينِهِمْ قَالُوا إِنَّا مَعَكُمْ إِنَّمَا نَحْنُ مُسْتَهْزِئُونَ
আৰু যেতিয়া সিহঁতে মুমিনসকলৰ লগত সাক্ষাৎ কৰে, তেতিয়া সিহঁতে কয়, ‘আমি ঈমান আনিছো’, আৰু যেতিয়া সিহঁতে অকলশৰীয়াকৈ সিহঁতৰ চয়তানসকলৰ লগত একত্ৰিত হয়, তেতিয়া কয়, ‘নিশ্চয় আমি তোমালোকৰ লগতেই আছো’। আমিতো কেৱল উপহাসকাৰী।
(Pl find the verse/notes 2:14:link:
.
🔵২৩:৯৮
وَأَعُوذُ بِكَ رَبِّ أَنْ يَحْضُرُونِ
‘আৰু হে মোৰ ৰব! মোৰ ওচৰত সিহঁতৰ (চয়তানবোৰৰ) উপস্থিতিৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ’।
.
🔵২৩:৯৯(The Dead Never Come Back Until the Day of Resurrection).
حَتَّىٰ إِذَا جَاءَ أَحَدَهُمُ الْمَوْتُ قَالَ رَبِّ ارْجِعُونِ
অৱশেষত যেতিয়া সিহঁতৰ কাৰোবাৰ ওচৰত মৃত্যু আহে, তেতিয়া সি কয়, হে মোৰ ৰব! মোক আকৌ ওভোতাই দিয়া,
.
✍️Verse/ref:
23:99 (Those who keep lying to themselves), when death comes to one of them, says, “My Lord! Send me back, [23:74, 90](as,sa)
(২৩:৭৪
وَإِنَّ الَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ عَنِ الصِّرَاطِ لَنَاكِبُونَ
নিশ্চয় যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতেই সৰল পথৰ পৰা বিচ্যুত,
.
২৩:৯০
بَلْ أَتَيْنَاهُمْ بِالْحَقِّ وَإِنَّهُمْ لَكَاذِبُونَ
বৰং আমি সিহঁতৰ ওচৰত সত্য লৈ আহিছো; নিশ্চয় সিহঁত মিছলীয়া।)
.
🔵২৩:১০০
لَعَلِّي أَعْمَلُ صَالِحًا فِيمَا تَرَكْتُ ۚ كَلَّا ۚ إِنَّهَا كَلِمَةٌ هُوَ قَائِلُهَا ۖ وَمِنْ وَرَائِهِمْ بَرْزَخٌ إِلَىٰ يَوْمِ يُبْعَثُونَ
যাতে মই সৎকৰ্ম কৰিব পাৰোঁ যিটো মই আগতে কৰা নাছিলো। নহয়, এইটো কেতিয়াও নহ'ব। সি যি কৈছে নিশ্চয় সেয়া এটা বাক্য মাত্ৰ। পুনৰুত্থানৰ দিৱসলৈকে সিহঁতৰ সন্মুখত থাকিব বাৰযাখ🔥।
.
✍️বাৰযাখ:
(🔥২৩:৯৯-১০০ আয়াত চালে দেখিব, মৃত্যুৰ পাছতেই ৰুহ/নফছ্ বৰযাখত সোমায়। কবৰৰ শাস্তিৰ প্ৰশ্নই নুঠেঃ
চাওঁক পুৰণি এটা ভিডিঅ': লিংক:
videos-2/4, https://youtu.be/ljId_J0RzR4)
.
✍️Note:
এই আয়াতটোৱে পুনৰ্জন্মৰ ধাৰণা আৰু পৃথিৱীত ঘূৰি ফুৰা মৃত মানুহৰ আত্মা/আত্মাক(sprits/souls) নাকচ কৰিছে। মৃতকৰ সৈতে যোগাযোগৰ অনুমতি দিয়া হোৱা নাই।(edip).
.
✍️Verse/Note/ref:
23:100. “So that I get back the opportunities I had lost in earlier life; and now utilize them in
doing righteous deeds.” Nay (the reply would be)! Everything he says is of no use, as these
are just meaningless words. It cannot happen now. (There is no return or repetition in life.
Just like overflowing water which cannot go back, there is an intervening barrier between
them and their previous life. It is just not possible to turn back. Anyhow, when the people
who are still behind reach the life after death, then both of them come together ~ 39:58.)pz.
(৩৯:৫৮
أَوْ تَقُولَ حِينَ تَرَى الْعَذَابَ لَوْ أَنَّ لِي كَرَّةً فَأَكُونَ مِنَ الْمُحْسِنِينَ
অথবা শাস্তি দেখিও যাতে কোনোবাই কবলগীয়া নহয়, ‘হায়! যদি মই এবাৰ উভতি যাব পাৰিলোহেঁতেন তেন্তে মই সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন!’)
.
🔵২৩:১০১
فَإِذَا نُفِخَ فِي الصُّورِ فَلَا أَنْسَابَ بَيْنَهُمْ يَوْمَئِذٍ وَلَا يَتَسَاءَلُونَ
এতেকে যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনা পৰস্পৰৰ মাজত আত্মীয়তাৰ কোনো বন্ধন নাথাকিব আৰু কোনেও কাৰো বিষয়ে সোধ-পোচ নকৰিব,
.
✍️ BB-reference:(80:33-37).
(৮০:৩৩-৩৭
فَإِذَا جَاءَتِ الصَّاخَّةُ
এতেকে যেতিয়া তীক্ষ্ন শব্দ আহিব,
৮০:৩৪
يَوْمَ يَفِرُّ الْمَرْءُ مِنْ أَخِيهِ
সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা,
৮০:৩৫
وَأُمِّهِ وَأَبِيهِ
আৰু তাৰ মাক-বাপেকৰ পৰা,
৮০:৩৬
وَصَاحِبَتِهِ وَبَنِيهِ
তাৰ স্ত্ৰী আৰু সন্তানৰ পৰা,
৮০:৩৭
لِكُلِّ امْرِئٍ مِنْهُمْ يَوْمَئِذٍ شَأْنٌ يُغْنِيهِ
সেইদিনা সিহঁত প্ৰত্যকৰে হ’ব এনে এক গুৰুতৰ অৱস্থা যিটোৱে তাক সম্পূৰ্ণৰূপে ব্যস্ত ৰাখিব।)
.
🔵২৩:১০২
فَمَنْ ثَقُلَتْ مَوَازِينُهُ فَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
এতেকে যিসকলৰ তুলাচনী গধুৰ হ’ব তেওঁলোকেই হ’ব সফলকাম,
.
🔵২৩:১০৩
وَمَنْ خَفَّتْ مَوَازِينُهُ فَأُولَٰئِكَ الَّذِينَ خَسِرُوا أَنْفُسَهُمْ فِي جَهَنَّمَ خَالِدُونَ
আৰু যিসকলৰ তুলাচনী পাতল হ’ব, সিহঁতেই সেইসকল লোক যিসকলে নিজৰেই ক্ষতি কৰিছে; সিহঁত জাহান্নামত স্থায়ী হ’ব।
.
🔵২৩:১০৪
تَلْفَحُ وُجُوهَهُمُ النَّارُ وَهُمْ فِيهَا كَالِحُونَ
জুয়ে সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব আৰু সিহঁত তাত থাকিব বীভৎস চেহেৰাত;
.
🔵২৩:১০৫
أَلَمْ تَكُنْ آيَاتِي تُتْلَىٰ عَلَيْكُمْ فَكُنْتُمْ بِهَا تُكَذِّبُونَ
তোমালোকৰ ওচৰত মোৰ আয়াতসমূহ তিলাৱৎ কৰা হোৱা নাইনে? অথচ তোমালোকে সেয়া অস্বীকাৰ কৰিছিলা।
.
🔵২৩:১০৬
قَالُوا رَبَّنَا غَلَبَتْ عَلَيْنَا شِقْوَتُنَا وَكُنَّا قَوْمًا ضَالِّينَ
সিহঁতে ক’ব, ‘হে আমাৰ ৰব্ব! দুৰ্ভাগ্যই আমাক পৰাস্ত কৰিছিল আৰু আমি আছিলো এটা পথভ্ৰষ্ট সম্প্ৰদায়;
.
🔵২৩:১০৭
رَبَّنَا أَخْرِجْنَا مِنْهَا فَإِنْ عُدْنَا فَإِنَّا ظَالِمُونَ
‘হে আমাৰ ৰব্ব! এই অগ্নিৰ পৰা আমাক মুক্ত কৰা; ইয়াৰ পিছতো যদি আমি পুনৰ কুফৰী কৰোঁ তেন্তে নিশ্চয় আমি যালিম হম’।
.
🔵২৩:১০৮
قَالَ اخْسَئُوا فِيهَا وَلَا تُكَلِّمُونِ
আল্লাহে ক’ব, ‘তোমালোকে নিকৃষ্ট অৱস্থাত ইয়াতেই থাকা আৰু মোৰ লগত কোনো কথা নকবা’।
.
🔵২৩:১০৯
إِنَّهُ كَانَ فَرِيقٌ مِنْ عِبَادِي يَقُولُونَ رَبَّنَا آمَنَّا فَاغْفِرْ لَنَا وَارْحَمْنَا وَأَنْتَ خَيْرُ الرَّاحِمِينَ
মোৰ বান্দাসকলৰ মাজত এনেকুৱা এটা দল আছিল যিসকলে কৈছিল, ‘হে আমাৰ ৰব! আমি ঈমান আনিছো, এতেকে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা, আৰু তুমি সৰ্বশ্ৰেষ্ঠ দয়ালু’।
.
🔵২৩:১১০
فَاتَّخَذْتُمُوهُمْ سِخْرِيًّا حَتَّىٰ أَنْسَوْكُمْ ذِكْرِي وَكُنْتُمْ مِنْهُمْ تَضْحَكُونَ
‘কিন্তু তেওঁলোকক লৈ তোমালোকে ইমান ঠাট্টা-বিদ্ৰূপ কৰিছিলা যে, সেইটোৱে তোমালোকক মোৰ স্মৰণ পাহৰাই দিছিল। তোমালোকে তেওঁলোকৰ বিষয়ে কেৱল উপহাসহে কৰিছিলা’।
.
🔵২৩:১১১
إِنِّي جَزَيْتُهُمُ الْيَوْمَ بِمَا صَبَرُوا أَنَّهُمْ هُمُ الْفَائِزُونَ
নিশ্চয় আমি তেওঁলোকৰ ধৈৰ্যৰ কাৰণে আজি আমি তেওঁলোকক পুৰস্কৃত কৰিলো; নিশ্চয় তেওঁলোকেই সাফল্যমণ্ডিত।
.
🔵২৩:১১২
قَالَ كَمْ لَبِثْتُمْ فِي الْأَرْضِ عَدَدَ سِنِينَ
আল্লাহে ক’ব, ‘তোমালোকে পৃথিৱীত কিমান বছৰ অৱস্থান কৰিছিলা’?
.
🔵২৩:১১৩
قَالُوا لَبِثْنَا يَوْمًا أَوْ بَعْضَ يَوْمٍ فَاسْأَلِ الْعَادِّينَ
সিহঁতে ক’ব, ‘আমি অৱস্থান কৰিছিলো এদিন অথবা দিনৰ কিছু অংশ; এতেকে তুমি গণনাকাৰীসকলক সুধি চোৱা’।
.
🔵২৩:১১৪
قَالَ إِنْ لَبِثْتُمْ إِلَّا قَلِيلًا ۖ لَوْ أَنَّكُمْ كُنْتُمْ تَعْلَمُونَ
তেওঁ ক’ব, ‘তোমালোকে অতি কম সময়হে অৱস্থান কৰিছিলা; যদি তোমালোকে নিশ্চিতভাৱে জানিব পাৰিলাহেঁতেন!
.
✍️Note:
The life of an individual hardly registers on the scale of time. Even a million years is barely a tick
on the clock of the universe. So even if we feel we have lived a very long time, it is in fact only a
very brief period. Perhaps time as we understand it does not exist elsewhere. In all probability the
earth or even the universe was created not in time but with time. See verse and footnote 22:47.sig.
(২২:৪৭
وَيَسْتَعْجِلُونَكَ بِالْعَذَابِ وَلَنْ يُخْلِفَ اللَّهُ وَعْدَهُ ۚ وَإِنَّ يَوْمًا عِنْدَ رَبِّكَ كَأَلْفِ سَنَةٍ مِمَّا تَعُدُّونَ
আৰু সিহঁতে শাস্তি আনিবলৈ তোমাক খৰখেদা কৰিবলৈ কয়, অথচ আল্লাহে তেওঁৰ প্ৰতিশ্ৰুতি কেতিয়াও ভঙ্গ নকৰে। নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ ওচৰত এদিন তোমালোকৰ গণনাত সেয়া এহেজাৰ বছৰৰ সমান;)
.
🔵২৩:১১৫
أَفَحَسِبْتُمْ أَنَّمَا خَلَقْنَاكُمْ عَبَثًا وَأَنَّكُمْ إِلَيْنَا لَا تُرْجَعُونَ
‘তোমালোকে ভাবিছিলা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছো আৰু তোমালোকক আমাৰ ওচৰলৈকে ওভোতাই আনা নহ’ব?
.
🔵২৩:১১৬
فَتَعَالَى اللَّهُ الْمَلِكُ الْحَقُّ ۖ لَا إِلَٰهَ إِلَّا هُوَ رَبُّ الْعَرْشِ الْكَرِيمِ
এতেকে আল্লাহ মহিমাময়, প্ৰকৃত মালিক, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই🌀 সন্মানিত আৰছৰ ৰব।🔺
.
✍️refs:🌀
Cf. 2:255, 3:2, 3:6, 3:18, 3:18, 4:87, 6:102, 6:106, 7:158, 9:129, 13:30, 20:8, 20:98, 23:116, 27:26, 28:70, 28:88, 35:3, 39:6, 40:3, 40:62, 40:65, 44:8, 59:22, 59:23, 64:13, 73:9.
.
✍️ref: See surah 20:114.
২০:১১৪
فَتَعَالَى اللَّهُ الْمَلِكُ الْحَقُّ ۗ وَلَا تَعْجَلْ بِالْقُرْآنِ مِنْ قَبْلِ أَنْ يُقْضَىٰ إِلَيْكَ وَحْيُهُ ۖ وَقُلْ رَبِّ زِدْنِي عِلْمًا
এতেকে প্ৰকৃত মালিক কেৱল আল্লাহ, অতি মহান, সৰ্বোচ্চ সত্তা🔺। তোমাৰ প্ৰতি আল্লাহৰ অহী সম্পূৰ্ণ হোৱাৰ আগতেই তুমি কোৰআন পাঠ কৰিবলৈ খৰখেদা নকৰিবা আৰু কোৱা, ‘হে মোৰ ৰব! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া’।
.
See surah 7:54
৭:৫৪
إِنَّ رَبَّكُمُ اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ يُغْشِي اللَّيْلَ النَّهَارَ يَطْلُبُهُ حَثِيثًا وَالشَّمْسَ وَالْقَمَرَ وَالنُّجُومَ مُسَخَّرَاتٍ بِأَمْرِهِ ۗ أَلَا لَهُ الْخَلْقُ وَالْأَمْرُ ۗ تَبَارَكَ اللَّهُ رَبُّ الْعَالَمِينَ
নিশ্চয় তোমালোকৰ ৰব আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে🔺। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। প্ৰত্যেকটোৱে এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। সূৰ্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহ, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। সৃষ্টিজগতৰ ৰব আল্লাহ কিমান বৰকতময়!
.
🔵২৩:১১৭
وَمَنْ يَدْعُ مَعَ اللَّهِ إِلَٰهًا آخَرَ لَا بُرْهَانَ لَهُ بِهِ فَإِنَّمَا حِسَابُهُ عِنْدَ رَبِّهِ ۚ إِنَّهُ لَا يُفْلِحُ الْكَافِرُونَ
আৰু যিয়ে আল্লাহৰ লগতে আন কোনো উপাস্যক আহ্বান কৰে, যি বিষয়ে তাৰ ওচৰত কোনো প্ৰমাণ নাই, তাৰ হিচাপ-নিকাচ কেৱল তাৰ প্ৰতিপালকৰ ওচৰত, নিশ্চয় কাফিৰসকল📍 সফল হ’ব নোৱাৰিব।
.
✍️ref:23:1.
২৩:১
قَدْ أَفْلَحَ الْمُؤْمِنُونَ
অৱশ্যে মুমিনসকল সফলকাম হৈছে,
.
Arabic: 📍al kāfirūn. See note to 2:19
২:১৯
أَوْ كَصَيِّبٍ مِنَ السَّمَاءِ فِيهِ ظُلُمَاتٌ وَرَعْدٌ وَبَرْقٌ يَجْعَلُونَ أَصَابِعَهُمْ فِي آذَانِهِمْ مِنَ الصَّوَاعِقِ حَذَرَ الْمَوْتِ ۚ وَاللَّهُ مُحِيطٌ بِالْكَافِرِينَ
অথবা (সিহঁতৰ উদাহৰণ) ধাৰাসাৰ বৰষুণৰ দৰে, য’ত আছে ঘোৰ অন্ধকাৰ, বজ্ৰধ্বনি আৰু বিদ্যুত চমক। সিহঁতে বজ্ৰধ্বনিত মৃত্যুৰ ভয়ত আঙুলিৰে কাণত সোপা দিয়ে। আৰু আল্লাহে কাফিৰসকলক চাৰিওফালৰ পৰা আগুৰি আছে ।
.
🔵২৩:১১৮
وَقُلْ رَبِّ اغْفِرْ وَارْحَمْ وَأَنْتَ خَيْرُ الرَّاحِمِينَ
আৰু কোৱা, ‘হে মোৰ ৰব! ক্ষমা কৰা আৰু দয়া কৰা, আৰু তুমিয়েই সৰ্বশ্ৰেষ্ঠ দয়ালু’।
.
।।।ছুৰা সমাপ্ত।।।
🟩WORD BY WORD MEANING:
[23:93] Say (Qul): "LORD (Rabbi), whether (Immaa) YOU show me (Turiyannii) what (Maa) they are
promised (Yuu'åduun),
[23:94] LORD (Rabbi), then (Fa) do not (Laa) place me (Taj'ål'nii) among (Fii) the transgressing
(Ez'Zoalimiin) people (El'Qaw'mi)."
[23:95] And (Wa) indeed, We (Innaa) are (La) able (Qaadiruun) to (Ålaa An) show you (s) (Nuriya-ka) what
(Maa) We have promised them (Naedu-hum').
[23:96] Repel (Ed'fa') bad deed (Es'Sayyiata) by that which (Billatii) is (Hiya) best (Ah'sanu); We (Nah'nu) are
aware (A'lamu) of what (Bimaa) they describe (Yasifuun).
[23:97] Say (Qul): "LORD (Rabbi), I seek protection (A'uuzu) with YOU (Bika) against (Min') the
temptations (Hamazaati) of the devils (Es'Shayaatiin),
[23:98] and (Wa) I seek protection (A'uuzu) with YOU (Bika), LORD (Rabbi), lest (An) they attend to me
(Yah'duruuni)."
[23:99] Until (Hattaa) when (Izaa) death (El'Maw'tu) comes to (Jaa'a) one of them (Ahada-humu), he says (Qaala), "LORD (Rabbi), send me back (Er'jiuuni),
[23:100] that I (Laållii) may act (A'malu) righteous (Soalihan) in what (Fiimaa) I have left (Tarak'tu)." Nay! (Kallaa) Indeed, it (Innahaa) is a word (Kalimatun) he (Huwa) is stating (Qaa'ilu-haa), but (Wa) behind them
(Min Waraa'i-him) is a partition (Bar'zakhun) until (ilaa) the day (Yaw'mi) they are resurrected (Yub'åthuun).
[23:101] And (Fa) when (Izaa) the horn (Es'Suuri) is blown (Nufikha Fii), there will be no (Falaa) genealogy
(family tree) (Ansaaba) among them (Ba'nahum') on that day (Yaw'mai'zin), nor (Walaa) will they ask about each
other (Yatasaa'aluun).
(80:33-37)
[23:102] As for (Fa) those (Man) whose scales (Mawaaziinu-hu) are heavy (Thaqulat'), then (Fa) they (Humu) are those (U'laaika) who will be the successful (El'Muf'lihuun).
[23:103] And (Wa) those (Man') whose scales (Mawaaziinu-hu) are light (Khaffat'), then (Fa) those (U'laaika)
are the ones who (Ellaziina) have lost (Khasiruu') their souls (Anfusa-hum') in (Fii) Hell (Jahannama)
eternally (Khaaliduun).
[23:104] The Fire (En'Naaru) will burn (Tal'fahu) their faces (Wujuuha-humu), and (Wa) they (Hum') will
become dingy (Kaalihuun) therein (Fiiha).
[23:105] "Were (A-) MY verses (Aayaatii) not (-lam') recited (Tut'laa) to you (Ålai'kum') and (Fa) you were
(Kuntum) denying them (Tukazzibuun Bi-haa)?"
[23:106] They will say (Qaalu'), "Our LORD (Rabba-naa), our distress (Shiq'watu-naa) had overcome us
(Galabat' Ålai'naa), for (Wa) we were (Kunnaa) a misguided (Doalliin) people (Qaw'man).
[23:107] "Our LORD (Rabba-naa), remove us (Akh'rij'naa) from it (Min'haa), and (Fa) if (In') we return (Ud'naa), then (Fa) indeed, we (Innaa) would be unjust (Zoalimuun)."
[23:108] HE (God) will say (Qaala), "Be despised (Ekh'sau') therein (Fiiha), and do not (Walaa) speak to ME (Tukallimuuni).
[23:109] "Indeed (Innahu), there was (Kaana) a group (Fariiqun) of (Min') MY servants (Ebaadii) who used
to say (Yaquuluuna), 'Our LORD (Rabba-naa), We have believed (Aamanna), so (Fa) forgive us (Eg'fir' Lanaa)
and (Wa) have mercy upon us (Er'ham'naa), for (Wa) YOU (Anta) are the best (Khai'ru) of those who are
merciful (Er'Raahimiin).'
[23:110] "But (Fa) you (the transgressors) took them (Ettakhaz'tumuu-hum') in mockery (Sikh'riyyan) until (Hattaa)
it made you forget (Ansaw'kum') MY remembrance (Zik'rii), and (Wa) you used to (Kuntum) laugh at them
(Tad'hakuun Min'hum').
[23:111] "Indeed, I (Innii) have rewarded them (Jazai'tu-humu) today (El'Yaw'ma) for what (Bimaa) they
had been patient (Sobaruu'), because (Annahum') they (Humu) are the achievers (El'Faa'izuun)."
[23:112] HE (God) will say (Qaala), "How long (Kam') did you linger (Labith'tum') on earth (Fiil' Ar'di) in number (Ådada) of years (Siniin)?"
[23:113] They will say (Qaalu'), "We lingered (Labith'naa)
for a day (Yaw'man) or (Aw') part (Ba'da) of a day
(Yaw'min); so ask (Fas'ali) those who counted (El'Ååddiin)."
[23:114] HE (God) will say (Qaala), "You only (In illa) lingered (Labith'tum') for a while (Qaliilan), if only
(Law' Anna-kum') you had (Kuntum') known (Ta'lamuun).
[23:115] "Did you then think (Afa'hasib'tum') that (Annamaa) We created you (p) (Khalaq'naa-kum')
uselessly (Åbathaan) and (Wa) that you (Annakum') would not (Laa) be returned (Tur'ja'uun) to Us (ilai'naa)?"
[23:116] So (Fa) exalted is GOD (Ta'åålaa-llahu), the KING (El' Maliku), the TRUTH (El' Haqqu); there is no
god (Laa ilaaha) except (illa) HIM (Huwa), LORD (Rabbu) of the Honourable (El'Kariim) Throne (El'År'shi).
[23:117] And (Wa) whoever (Man) invokes (Yad'u) another (Aakhara) god (ilaahan) with the GOD
(Maållahi) for which (Bihi) he has (Lahu) no (Laa) proof (Bur'haana), then (Fa) his reckoning (Hisaabu-hu) is
only (Innamaa) with (Enda) his LORD (Rabbi-hi). Indeed (Innahu), the disbelievers (El'Kaafiruun) will not (Laa) succeed (Yuf'lihu).
[23:118] And (Wa) say (Qul): "LORD (Rabbi), forgive (Eg'fir') and (Wa) have mercy (Er'ham'), for (Wa) YOU
(Anta) are the best (Khai'ru) of those who are merciful (Er'Raahimiin)."
।।।The End of Chapter।।।
Analysis- Syedraf, Video #Muktabulhussain
Comments
Post a Comment