🟢Part-312(22:32-40)Al-Hajj(Pilgrimage)
🟪Part-312(22:32-40)Al-Hajj(Pilgrimage)
।।।
🟪মিনি সূচিঃPart-312(22:32-40)Al-Hajj
২২:৩২("আল্লাহৰ প্ৰতীক (শা'আ'ইৰ)" - এটা অভিব্যক্তি(expression) যিয়ে এই প্ৰসংগত হজযাত্ৰাৰ আচাৰ-ব্যৱহাৰক বুজায় (৫:২ )
২২:৩৩(Livestock Offerings During Pilgrimage)
২২:৩৬(...আল্লাহৰ নিদৰ্শনসমূহৰ মাজত অন্যতম নিদৰ্শন বনাইছো, তোমালোকৰ বাবে তাৰ মাজত বহুতো কল্যাণ আছে। সেয়ে এখন ভৰি বান্ধি থোৱা আৰু বাকী তিনিখন ভৰিত থিয় দি থকা অৱস্থাত তোমালোকে তাৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ কৰা। ...)
২২:৩৮(God Defends the Believers)
২২:৩৯(অত্যাচাৰ আৰু আক্ৰমণাত্মকতাৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰক)
২২:৪০(ref:আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন তেন্তে পৃথিৱী বিপৰ্যস্ত হৈ গ'লেহেঁতেন।)
।।।
🌐১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
🌐২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🟢২২:৩২
ذَٰلِكَ وَمَنْ يُعَظِّمْ شَعَائِرَ اللَّهِ فَإِنَّهَا مِنْ تَقْوَى الْقُلُوبِ
এইটোৱে আল্লাহৰ বিধান আৰু যিয়ে আল্লাহৰ নিদৰ্শনাৱলীক🔺 সন্মান কৰে নিঃসন্দেহে সেয়া তাৰ হৃদয়ৰ তাক্বৱাপ্ৰসূত।
.
✍️BB-ref:(5:2)🔺
৫:২
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تُحِلُّوا شَعَائِرَ اللَّهِ وَلَا الشَّهْرَ الْحَرَامَ وَلَا الْهَدْيَ وَلَا الْقَلَائِدَ وَلَا آمِّينَ الْبَيْتَ الْحَرَامَ يَبْتَغُونَ فَضْلًا مِنْ رَبِّهِمْ وَرِضْوَانًا ۚ وَإِذَا حَلَلْتُمْ فَاصْطَادُوا ۚ وَلَا يَجْرِمَنَّكُمْ شَنَآنُ قَوْمٍ أَنْ صَدُّوكُمْ عَنِ الْمَسْجِدِ الْحَرَامِ أَنْ تَعْتَدُوا ۘ وَتَعَاوَنُوا عَلَى الْبِرِّ وَالتَّقْوَىٰ ۖ وَلَا تَعَاوَنُوا عَلَى الْإِثْمِ وَالْعُدْوَانِ ۚ وَاتَّقُوا اللَّهَ ۖ إِنَّ اللَّهَ شَدِيدُ الْعِقَابِ
হে মুমিনসকল! তোমালোকে আল্লাহৰ নিদৰ্শনসমূহক, পৱিত্ৰ মাহক, কুৰবানীৰ বাবে কা’বালৈ প্ৰেৰণ কৰা পশুক, ডিঙিত পৰিধান কৰোৱা চিহ্নবিশিষ্ট পশুক আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহক লগতে সন্তুষ্টিৰ অনুসন্ধানত পৱিত্ৰ ঘৰৰ অভিমুখে ৰাওনা হোৱা যাত্ৰীসকলক অপমান নকৰিবা। আৰু যেতিয়া তোমালোকে ইহৰামমুক্ত হোৱা তেতিয়া চিকাৰ কৰিব পাৰা। তোমালোকক মছজিদুল হাৰামত প্ৰৱেশ কৰিবলৈ নিষেধ কৰাৰ কাৰণে কোনো সম্প্ৰদায়ৰ প্ৰতি শত্ৰুতাই তোমালোকক যাতে কেতিয়াও সীমালংঘনত প্ৰৰোচিত নকৰে। সৎকৰ্ম আৰু তাক্বৱাৰ বিষয়ত তোমালোকে পৰস্পৰক সহায়-সহযোগিতা কৰিবা আৰু পাপ কৰ্ম আৰু সীমালংঘনত এজনে আনজনৰ সহায়-সহযোগিতা নকৰিবা, আৰু আল্লাহৰ তাক্বৱা আৱলম্বন কৰা। নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।
(Pl see verse/note:
link: https://bit.ly/3SkzFMH
.
✍️Note:🔺
"God's symbols (sha'a'ir)" - an expression which in this context refers to the rites of pilgrimage (see on 5:2-link above). This stress on the symbolic character of all the rites connected with the pilgrimage is meant to draw the believer's attention to the spiritual meaning of those rites, and thus to warn him against making, unthinkingly, a sort of fetish of them. - The assumption of some of the commentators that the "symbols" referred to here relate specifically to the sacrificial animals, and their sacrifice as such is not warranted by the text.
On this and the next verse, the term sha'a'ir comprises all the rites, actions and places connected with the pilgrimage (all of which have symbolic meaning), and cannot be restricted to any one of them.(as).
⬇️
GOOGLE TRANSLATE NO GUARANTEE:
"আল্লাহৰ প্ৰতীক (শা'আ'ইৰ)" - এটা অভিব্যক্তি(expression) যিয়ে এই প্ৰসংগত তীৰ্থযাত্ৰাৰ আচাৰ-ব্যৱহাৰক বুজায় (৫:২ )। তীৰ্থযাত্ৰাৰ সৈতে জড়িত সকলো আচাৰ-অনুষ্ঠানৰ প্ৰতীকী চৰিত্ৰৰ ওপৰত এই জোৰ দিয়াৰ উদ্দেশ্য হৈছে বিশ্বাসীজনৰ সেই আচাৰ-অনুষ্ঠানসমূহৰ আধ্যাত্মিক অৰ্থৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা, আৰু এইদৰে তেওঁক, অচিন্তাশীলভাৱে, সেইবোৰৰ এক প্ৰকাৰৰ ফেটিছ(এক প্ৰকাৰ যৌন ইচ্ছা) কৰাৰ পৰা সতৰ্ক কৰা। - ইয়াত উল্লেখ কৰা "প্ৰতীক"বোৰ বিশেষভাৱে বলিদানৰ জীৱ-জন্তুৰ সৈতে জড়িত বুলি কিছুমান ধাৰাভাষ্যকাৰৰ ধাৰণা, আৰু সেইবোৰ বলিদান সেইবাবেই পাঠ্যৰ দ্বাৰা প্ৰমাণিত নহয়।
এই আৰু পৰৱৰ্তী আয়াতটোৰ ওপৰত শ্বা’ইৰ শব্দটোৱে তীৰ্থযাত্ৰাৰ সৈতে জড়িত সকলো ৰীতি-নীতি, কৰ্ম আৰু স্থানক সামৰি লৈছে (যিবোৰৰ সকলোৰে প্ৰতীকী অৰ্থ আছে), আৰু ইয়াক কোনো এটাৰ মাজতে সীমাবদ্ধ ৰাখিব নোৱাৰি।
.
🟢২২:৩৩(Livestock Offerings During Pilgrimage).
لَكُمْ فِيهَا مَنَافِعُ إِلَىٰ أَجَلٍ مُسَمًّى ثُمَّ مَحِلُّهَا إِلَى الْبَيْتِ الْعَتِيقِ
এই চতুষ্পদ জন্তুবোৰৰ মাজত তোমালোকৰ বাবে নানাবিধ উপকাৰ আছে এটা নিৰ্দিষ্ট সময়লৈকে; তাৰ পিছত এইবোৰৰ কুৰবানীৰ স্থান হৈছে প্ৰাচীন ঘৰটোৰ ওচৰত।
.
✍️Verse/note:
22:33 (Procuring livestock during Hajj is a symbol of devotion to God.) In them are benefits for you for a term appointed. (They carry you and your loads.) In the end, their place for slaughter or donation is near the Ancient House.
Note.
The plains of Mina, and not Ka’bah(sa).
.
🟢২২:৩৪
وَلِكُلِّ أُمَّةٍ جَعَلْنَا مَنْسَكًا لِيَذْكُرُوا اسْمَ اللَّهِ عَلَىٰ مَا رَزَقَهُمْ مِنْ بَهِيمَةِ الْأَنْعَامِ ۗ فَإِلَٰهُكُمْ إِلَٰهٌ وَاحِدٌ فَلَهُ أَسْلِمُوا ۗ وَبَشِّرِ الْمُخْبِتِينَ
আৰু আমি প্ৰত্যেক সম্প্ৰদায়ৰ বাবে ‘মানছাক’ৰ📍 নিয়ম বনাই দিছো; যাতে তেওঁ তেওঁলোকক জীৱনোপকৰণ হিচাপে যিবোৰ চতুষ্পদ জন্তু প্ৰদান কৰিছে, সেইবোৰৰ ওপৰত তেওঁলোকে আল্লাহৰ নাম উচ্চাৰণ কৰে।* এতেকে তোমালোকৰ ইলাহ কেৱল একক ইলাহ, সেয়ে কেৱল তেওঁৰ ওচৰতেই আত্মসমৰ্পণ কৰা, আৰু সুসংবাদ দিয়া বিনীত লোকসকলক,
(*তেওঁৰ নামত এটা সচেতন, নিস্বাৰ্থ উপহাৰ হিচাপে যিটোক কোনোবাই প্ৰয়োজনীয় আৰু মূল্যৱান বুলি লালন-পালন কৰে, আৰু মানৱীয় আৱেগৰ সৈতে মিল থকা যিকোনো বস্তুৰ বহু ওপৰত থকা তেওঁক "প্ৰাৰ্থনা" কৰাৰ প্ৰয়াস হিচাপে নহয়।(তলৰ ৩৬ আয়াতও চাওক।)
.
✍️BB-ref:(22:67)📍
২২:৬৭
لِكُلِّ أُمَّةٍ جَعَلْنَا مَنْسَكًا هُمْ نَاسِكُوهُ ۖ فَلَا يُنَازِعُنَّكَ فِي الْأَمْرِ ۚ وَادْعُ إِلَىٰ رَبِّكَ ۖ إِنَّكَ لَعَلَىٰ هُدًى مُسْتَقِيمٍ
আমি প্ৰত্যেক উম্মতৰ বাবে ইবাদতৰ নিয়ম-পদ্ধতি নিৰ্ধাৰণ কৰি দিছো যিটো সিহঁতে পালন কৰে। এতেকে সিহঁতে যেন এই বিষয়ে তোমাৰ লগত বিতৰ্ক নকৰে। তুমি তোমাৰ প্ৰতিপালকৰ পিনে আহ্বান কৰা। নিশ্চয় তুমি সৰল পথত প্ৰতিষ্ঠিত।
(See verse/note 22:67:link:
.
🟢২২:৩৫
الَّذِينَ إِذَا ذُكِرَ اللَّهُ وَجِلَتْ قُلُوبُهُمْ وَالصَّابِرِينَ عَلَىٰ مَا أَصَابَهُمْ وَالْمُقِيمِي الصَّلَاةِ وَمِمَّا رَزَقْنَاهُمْ يُنْفِقُونَ
যিসকলৰ ওচৰত আল্লাহৰ কথা উল্লেখ কৰা হ’লে তেওঁলোকৰ হৃদয় ভয়তে কম্পিত হয়, যিসকলে নিজৰ বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰে আৰু চালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা ব্যয় কৰে।
.
✍️ref:
৮:২
إِنَّمَا الْمُؤْمِنُونَ الَّذِينَ إِذَا ذُكِرَ اللَّهُ وَجِلَتْ قُلُوبُهُمْ وَإِذَا تُلِيَتْ عَلَيْهِمْ آيَاتُهُ زَادَتْهُمْ إِيمَانًا وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ
প্ৰকৃত মুমিন সিহঁতেই যিসকলৰ হৃদয় আল্লাহক স্মৰণ কৰা হ’লে কম্পিত হয় আৰু তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰা হ’লে সেয়া সিহঁতৰ ঈমান বৃদ্ধি কৰে, আৰু সিহঁতে কেৱল নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে।
(Pl find verse/notes 8:2:link:
.
🟢২২:৩৬
وَالْبُدْنَ جَعَلْنَاهَا لَكُمْ مِنْ شَعَائِرِ اللَّهِ لَكُمْ فِيهَا خَيْرٌ ۖ فَاذْكُرُوا اسْمَ اللَّهِ عَلَيْهَا صَوَافَّ ۖ فَإِذَا وَجَبَتْ جُنُوبُهَا فَكُلُوا مِنْهَا وَأَطْعِمُوا الْقَانِعَ وَالْمُعْتَرَّ ۚ كَذَٰلِكَ سَخَّرْنَاهَا لَكُمْ لَعَلَّكُمْ تَشْكُرُونَ
আৰু উটক📍 আমি আল্লাহৰ নিদৰ্শনসমূহৰ মাজত অন্যতম নিদৰ্শন বনাইছো, তোমালোকৰ বাবে তাৰ মাজত বহুতো কল্যাণ আছে। সেয়ে এখন ভৰি বান্ধি থোৱা আৰু বাকী তিনিখন ভৰিত থিয় দি থকা অৱস্থাত তোমালোকে তাৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ কৰা। তাৰ পিছত যেতিয়া সিহঁত কাতি হৈ পৰি যায়, তেতিয়া তোমালোকে তাৰ পৰা (মাংস) খোৱা আৰু আহাৰ কৰোৱা ধৈৰ্যশীল অভাৱগ্ৰস্তৰ লগতে সাহায্যপ্ৰাৰ্থীসকলক; এইদৰেই আমি সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছো যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।
(see note of 22:32)
.
✍️BB-ref:(6:143-144)📍
৬:১৪৩
ثَمَانِيَةَ أَزْوَاجٍ ۖ مِنَ الضَّأْنِ اثْنَيْنِ وَمِنَ الْمَعْزِ اثْنَيْنِ ۗ قُلْ آلذَّكَرَيْنِ حَرَّمَ أَمِ الْأُنْثَيَيْنِ أَمَّا اشْتَمَلَتْ عَلَيْهِ أَرْحَامُ الْأُنْثَيَيْنِ ۖ نَبِّئُونِي بِعِلْمٍ إِنْ كُنْتُمْ صَادِقِينَ
মতা-মাইকী আঠ যোৰ, ভেৰাৰ দুটা আৰু ছাগলীৰ দুটা; কোৱা, ‘তেওঁ মতা দুটাক নিষিদ্ধ কৰিছে নে মাইকী দুটাক, নে মাইকী দুটাৰ গৰ্ভত যি আছে সেয়া নিষিদ্ধ কৰিছে’? যদি তোমালোকে সত্যবাদী তেন্তে প্ৰমাণসহ মোক অৱহিত কৰা;
৬:১৪৪
وَمِنَ الْإِبِلِ اثْنَيْنِ وَمِنَ الْبَقَرِ اثْنَيْنِ ۗ قُلْ آلذَّكَرَيْنِ حَرَّمَ أَمِ الْأُنْثَيَيْنِ أَمَّا اشْتَمَلَتْ عَلَيْهِ أَرْحَامُ الْأُنْثَيَيْنِ ۖ أَمْ كُنْتُمْ شُهَدَاءَ إِذْ وَصَّاكُمُ اللَّهُ بِهَٰذَا ۚ فَمَنْ أَظْلَمُ مِمَّنِ افْتَرَىٰ عَلَى اللَّهِ كَذِبًا لِيُضِلَّ النَّاسَ بِغَيْرِ عِلْمٍ ۗ إِنَّ اللَّهَ لَا يَهْدِي الْقَوْمَ الظَّالِمِينَ
আৰু উটৰ দুটা ও গৰুৰ দুটা। কোৱা, ‘তেওঁ মতা দুটাক নিষিদ্ধ কৰিছে নে মাইকী দুটাক, নে মাইকী দুটাৰ গৰ্ভত যি আছে সেয়া নিষিদ্ধ কৰিছে’? নে আল্লাহে যেতিয়া তোমালোকক এইবোৰ নিৰ্দেশ দান কৰিছিল তেতিয়া তোমালোকে উপস্থিত আছিলা? গতিকে যি ব্যক্তিয়ে নজনাকৈ মানুহক বিভ্ৰান্ত কৰাৰ বাবে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে তাতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
.
✍️Verse:
22:36 And the camels! We have appointed them among the symbols (of obedience) to God; in them is much good for you. (They carry you and your loads and then help you host one another.) So, dedicate them to God’s Name when they are drawn up in lines (for slaughter during Hajj). And after they have fallen to the ground lifeless, partake from their flesh, and feed the contented poor who do not beg as well as the poor who ask. Remember that God has subjected these animals to you so that you may be grateful.
(Al-budna = Camels)
.
🟢২২:৩৭
لَنْ يَنَالَ اللَّهَ لُحُومُهَا وَلَا دِمَاؤُهَا وَلَٰكِنْ يَنَالُهُ التَّقْوَىٰ مِنْكُمْ ۚ كَذَٰلِكَ سَخَّرَهَا لَكُمْ لِتُكَبِّرُوا اللَّهَ عَلَىٰ مَا هَدَاكُمْ ۗ وَبَشِّرِ الْمُحْسِنِينَ
সেইবোৰ পশুৰ ৰক্ত আৰু মাংস আল্লাহৰ ওচৰত গৈ নাপায়, বৰং তেওঁৰ ওচৰত গৈ পায় কেৱল তোমালোকৰ তাক্বৱা। এইদৰেই তেওঁ এইবোৰক তোমালোকৰ বশীভূত কৰি দিছে যাতে তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা, এইকাৰণে যে, তেৱেঁই তোমালোকক হিদায়ত কৰিছে, সেয়ে তুমি সুসংবাদ দিয়া সৎকৰ্মপৰায়ণসকলক।
.
✍️ref:
৬:১১৯
وَمَا لَكُمْ أَلَّا تَأْكُلُوا مِمَّا ذُكِرَ اسْمُ اللَّهِ عَلَيْهِ وَقَدْ فَصَّلَ لَكُمْ مَا حَرَّمَ عَلَيْكُمْ إِلَّا مَا اضْطُرِرْتُمْ إِلَيْهِ ۗ وَإِنَّ كَثِيرًا لَيُضِلُّونَ بِأَهْوَائِهِمْ بِغَيْرِ عِلْمٍ ۗ إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِالْمُعْتَدِينَ
তোমালোকৰ কি হ’ল, যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হৈছে তোমালোকে তাৰ পৰা নোখোৱা কিয়? তোমালোকৰ বাবে তেওঁ যিটো হাৰাম কৰিছে সেয়া তেওঁ তোমালোকৰ ওচৰত বিশদভাৱেই বৰ্ণনা কৰিছে, কিন্তু তোমালোকে নিৰুপায় হ’লে সেয়া স্বতন্ত্ৰ কথা। নিশ্চয় বহুতে অজ্ঞতাবশতঃ নিজৰ প্ৰবৃত্তিৰ দ্বাৰা আনক বিপথগামী কৰে; নিশ্চয় তোমাৰ প্ৰতিপালকে সীমালংঘনকাৰী সকলৰ বিষয়ে অধিক জানে।
.
🟢২২:৩৮(God Defends the Believers).
۞ إِنَّ اللَّهَ يُدَافِعُ عَنِ الَّذِينَ آمَنُوا ۗ إِنَّ اللَّهَ لَا يُحِبُّ كُلَّ خَوَّانٍ كَفُورٍ
নিশ্চয় আল্লাহে মুমিনসকলক প্ৰতিৰক্ষা দি থাকে, তেওঁ কোনো বিশ্বাসঘাতক, অকৃতজ্ঞ ব্যক্তিক পছন্দ নকৰে।
.
✍️ref:
৪:১০৬
وَاسْتَغْفِرِ اللَّهَ ۖ إِنَّ اللَّهَ كَانَ غَفُورًا رَحِيمًا
আৰু তুমি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
.
🟢২২:৩৯(অত্যাচাৰ আৰু আক্ৰমণাত্মকতাৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰক).
أُذِنَ لِلَّذِينَ يُقَاتَلُونَ بِأَنَّهُمْ ظُلِمُوا ۚ وَإِنَّ اللَّهَ عَلَىٰ نَصْرِهِمْ لَقَدِيرٌ
যুদ্ধৰ অনুমতি দিয়া হ’ল তেওঁলোকক যিসকলে আক্ৰান্ত হৈছে, কাৰণ তেওঁলোকক নিৰ্যাতন কৰা হৈছে। নিশ্চয় আল্লাহে তেওঁলোকক সহায় কৰিবলৈ সম্যক সক্ষম;
.
✍️ref:
২:১৯০
وَقَاتِلُوا فِي سَبِيلِ اللَّهِ الَّذِينَ يُقَاتِلُونَكُمْ وَلَا تَعْتَدُوا ۚ إِنَّ اللَّهَ لَا يُحِبُّ الْمُعْتَدِينَ
আৰু যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তোমালোকেও আল্লাহৰ পথত সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰা; কিন্তু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহে সীমালংঘনকাৰী সকলক ভাল নাপায়।
.
🟢২২:৪০
الَّذِينَ أُخْرِجُوا مِنْ دِيَارِهِمْ بِغَيْرِ حَقٍّ إِلَّا أَنْ يَقُولُوا رَبُّنَا اللَّهُ ۗ وَلَوْلَا دَفْعُ اللَّهِ النَّاسَ بَعْضَهُمْ بِبَعْضٍ لَهُدِّمَتْ صَوَامِعُ وَبِيَعٌ وَصَلَوَاتٌ وَمَسَاجِدُ يُذْكَرُ فِيهَا اسْمُ اللَّهِ كَثِيرًا ۗ وَلَيَنْصُرَنَّ اللَّهُ مَنْ يَنْصُرُهُ ۗ إِنَّ اللَّهَ لَقَوِيٌّ عَزِيزٌ
তেওঁলোকক নিজ ঘৰ-বাৰীৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰা হৈছে,🔺 তেওঁলোকৰ অপৰাধ কেৱল এইটোৱে যে, তেওঁলোকে কয়, ‘আমাৰ ৰব আল্লাহ’। আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন, তেন্তে বিধ্বস্ত হৈ গ’লহেঁতেন খৃষ্টান সন্যাসীসকলৰ উপাসনালয়, গীৰ্জা, ইয়াহুদীসকলৰ উপাসনালয়ৰ লগতে মছজিদসমূহ—য’ত বেছি বেছি আল্লাহৰ নাম স্মৰণ কৰা হয়।📍 নিশ্চয় আল্লাহে তাক সহায় কৰে যিয়ে আল্লাহক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী।
.
⬅️(The identical phrase in the second paragraph of 2:251)🔺
২:২৫১
فَهَزَمُوهُمْ بِإِذْنِ اللَّهِ وَقَتَلَ دَاوُودُ جَالُوتَ وَآتَاهُ اللَّهُ الْمُلْكَ وَالْحِكْمَةَ وَعَلَّمَهُ مِمَّا يَشَاءُ ۗ وَلَوْلَا دَفْعُ اللَّهِ النَّاسَ بَعْضَهُمْ بِبَعْضٍ لَفَسَدَتِ الْأَرْضُ وَلَٰكِنَّ اللَّهَ ذُو فَضْلٍ عَلَى الْعَالَمِينَ
এতেকে সিহঁতে আল্লাহৰ আদেশত সিহঁতক (কাফিৰসকলক) পৰাজিত কৰিলে আৰু দাঊদে জালুতক হত্যা কৰিলে আৰু আল্লাহে তেওঁক ৰাজত্ব আৰু হিকমত দান কৰিলে লগতে তেওঁ যি ইচ্ছা কৰিলে সেইটোৱেই তেওঁক শিক্ষা দিলে; আৰু আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন তেন্তে পৃথিৱী বিপৰ্যস্ত হৈ গ'লেহেঁতেন। কিন্তু আল্লাহ সৃষ্টিজগতৰ প্ৰতি অনুগ্ৰহশীল।
.
✍️ref:📍
ইয়াৰ অৰ্থ হ'ল ধৰ্মীয় স্বাধীনতাৰ প্ৰতিৰক্ষাটোৱেই হৈছে অস্ত্ৰ গ্ৰহণ কৰিব পৰাকৈ - আৰু প্ৰকৃততে, গ্ৰহণ কৰিব লাগিব - (২:১৯৩):
২:১৯৩
وَقَاتِلُوهُمْ حَتَّىٰ لَا تَكُونَ فِتْنَةٌ وَيَكُونَ الدِّينُ لِلَّهِ ۖ فَإِنِ انْتَهَوْا فَلَا عُدْوَانَ إِلَّا عَلَى الظَّالِمِينَ
আৰু তোমালোকে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিয়েই থাকিবা যেতিয়ালৈকে ফিতনা চুড়ান্তভাৱে দূৰীভূত নহয় আৰু দ্বীন একমাত্ৰ আল্লাহৰ বাবে নোহোৱালৈকে। তাৰ পিছত যদি সিহঁতে বিৰত হয় তেন্তে যালিমসকলৰ বাহিৰে আন কাৰো ওপৰত আক্ৰমণ নাই।
।।।
🟪WORD BY WORD MEANING:
[22:32] That (Zaalika), and whoever (Waman) venerates (Yu'åzzim) the rituals of GOD (5:2) (Sha'ååira-llahi),
then (Fa) indeed, it (Innaha) is from (Mina) the piousness (Taq'waa) of the hearts (El'Quluub).
[22:33] For you (Lakum) are benefits (Manaafiu) in them (Fiihaa) for (ilaa) a fixed (Musammaa) term
(Ajalin), then (Thumma) their location (Mahillu-haa) is at (ilaa) the Ancient (El'Åtiiq) House (El'Bai'ti).
[22:34] And (Wa) for (Li) every (Kulli) nation (group of people) (Ummatin) We have made (Jaål'naa) rite (22:67)
(Mansakan) that (Li) they may commemorate (Yaz'kuru') the name of GOD (Es'ma-llahi) over (Ålaa) what
(Maa) HE has provided for them (Razaqa-hum) of (Min) livestock (El'An'ååmi) animals (Bahiimati). Thus (Fa)
your god (ilaahu-kum) is One (Waahidun) God (ilaahun), so (Fa) submit (As'limu') to HIM (Lahu); and (Wa)
give good news to (Bas'shiri) those who are humble (El'Mukh'bitiin),
[22:35] whom (Ellaziina) when (Izaa) GOD is mentioned (Zukira-llahu), their hearts (Quluubu-hum) are
fearful (Wajilat’), and (Wa) they are patient (Es'Soabiriina) over (Ålaa) whatever (Maa) afflicts them
(Asoaba-hum), and they establish (El'Muqiimii) Prayer (Es'Solaati) and disburse (Yunfiquun) from what
(Mimmaa) We have provided for them (Razaq'naa-hum).
[22:36] And (Wa) the livestock animals (6:143-144) (El'Bud'na) which We have made (Jaål'naa-ha) for you
(Lakum) are among (Min) the rituals of GOD (Sha'ååiri-llahi), there is good (Khai'r) in them (Fiiha) for you
(Lakum). So (Fa) mention (Ez'kuru') the name of GOD (Es'ma-llahi) upon them (Ålai'ha) in rows (Sowaaffa);
and (Fa) when (Izaa) they have fallen (Wajabat') on their sides (Junuubu-haa), then (Fa) eat (Kulu') from
them (Min'haa) and (Wa) feed (At'emu') those who are content (El'Qaaniå) and those who are miserable
(Wal' Mu'tarra). Thus (Kaaalika) have We subjugated them (Sakkhar'naa-haa) for you (Lakum) perhaps you
(Laållakum) will be thankful (Tash'kuruun).
[22:37] GOD (Ellaha) never (Lan) attains (Yanaala) their meat (Luhuumu-haa) nor (Walaa) their blood
(Dimaau-haa), but (Walaakin) HE attains (Yanaalu-hu) the piousness (Ettaq'waa) from you (Minkum). Thus
(Kazaalika) has HE subjugated them (Sakkhara-haa) for you (Lakum) that (Li) you may magnify GOD
(Tukabbiru'llaha) over (Ålaa) what (Maa) HE has guided you (Hadaa-kum). So (Wa) give good news to
(Bas'shiri) those who are benevolent (El'Muh'siniin).
[22:38] Indeed, GOD (Innallaha) is the shield of (Yudaafiu Åni) those who (Ellaziina) have believed
(Aamanuu'). Indeed, GOD (Innallaha) does not (Laa) like (Yuhibbu) all (Kulla) who are treacherous
(Khawwaanin) and ungrateful (Kafuur).
[22:39] Permission has been given (Uzina) to (Li) those who (Ellaziina) are fighting (Yuqaataluuna) because
they (Bi'anna-hum) were wronged (Zulimu'). Indeed, GOD (Innallaha) is (La) able to (Qadiir Ålaa) grant
them victory (Nas'ri-him);
[22:40] the ones who (Ellaziina) were evicted (Ukh'riju') from (Min) their homes (Diyaari-him) without (Bi-
Gai'ri) right (Haqqin); only (illaa) because (An) they said (Yaquulu'), "Our LORD (Rabbu-naa) is GOD
(Ellahu)." And (Wa) if not for (Law' Laa) GOD propelling (Daf'u-llahi) the people (En'Naasa) against each
other (Ba'da-hum Bi Ba'din); monasteries 1
(Sowaamiu), synagogues 2
(Biya’un), liturgies 3
(Solawaatun) and
mosques 4
(Masaajidu) wherein (Fiihaa) the name of GOD (Es'mu-llahi) is mentioned (Yuz'karu) frequently
(Kathiiran) would have been (La) demolished (Huddimat). And (Wa) GOD (Ellahu) will (La) support
(Yan'suranna) whoever (Man) supports HIM (Yansuru-hu). Indeed, GOD (Innallaha) is (La) Powerful
(Qawiyyun) and Almighty (Åziiz).
.
syedraf, #muktabulhussain
Comments
Post a Comment