🇮🇳Part-319(23:37-50)Al-Mu'minûn
📚Part-319(23:37-50)Al-Mu'minûn
।।।
📚মিনি সূচিঃPart-319(23:37-50)Al-Mu'minûn
(Prophets after Noah (Verses 23:33–23:50)
23:41(meai of ẓālimūn. See 2:229)
23:44(যিসকলে ঈমান পোষণ নকৰে সেইবোৰ সম্প্ৰদায়ৰ বাবে কেৱল ধ্বংসই ধ্বংস)
23:45(Moses and Aaron-45-50)নিশ্চয় আল্লাহে ৰাছুলসকলক সুস্পষ্ট প্ৰমাণ সহকাৰে প্ৰেৰণ কৰিছিল -Note/link)
23:49(The Book of Moses-link)
23:50(মাৰইয়ামৰ পুত্ৰ আৰু তেওঁৰ মাতৃক এটা নিদৰ্শন-Note)
।।।
🌐১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
🌐২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
💢২৩:৩৭
إِنْ هِيَ إِلَّا حَيَاتُنَا الدُّنْيَا نَمُوتُ وَنَحْيَا وَمَا نَحْنُ بِمَبْعُوثِينَ
‘একমাত্ৰ পাৰ্থিৱ জীৱনেই আমাৰ জীৱন, আমাৰ জীৱন মৰণ ইয়াতেই; আৰু আমি কেতিয়াও পুনৰুত্থিত নহওঁ।
.
💢২৩:৩৮
إِنْ هُوَ إِلَّا رَجُلٌ افْتَرَىٰ عَلَى اللَّهِ كَذِبًا وَمَا نَحْنُ لَهُ بِمُؤْمِنِينَ
‘এওঁ এনেকুৱা এজন ব্যক্তি যিয়ে আল্লাহ সম্পৰ্কে মিছা অপবাদ দিছে, আমি তেওঁক কেতিয়াও বিশ্বাস নকৰোঁ’।
.
💢২৩:৩৯
قَالَ رَبِّ انْصُرْنِي بِمَا كَذَّبُونِ
তেওঁ ক’লে, ‘হে মোৰ ৰব! মোক সহায় কৰা, কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে’।
.
💢২৩:৪০
قَالَ عَمَّا قَلِيلٍ لَيُصْبِحُنَّ نَادِمِينَ
আল্লাহে ক’লে, ‘কিছু সময়ৰ ভিতৰতেই সিহঁত নিশ্চিতৰূপে অনুতপ্ত হ’ব’।
.
💢২৩:৪১
فَأَخَذَتْهُمُ الصَّيْحَةُ بِالْحَقِّ فَجَعَلْنَاهُمْ غُثَاءً ۚ فَبُعْدًا لِلْقَوْمِ *الظَّالِمِينَ
তাৰ পিছত এটা বিকট শব্দই সত্য-ন্যায়ৰ সৈতে সিহঁতক আক্ৰান্ত কৰিলে, ফলত আমি সিহঁতক বতাহে উৰুৱাই নিয়া আৱৰ্জনাৰ দৰে কৰি দিলো। এতেকে যালিম* সম্প্ৰদায়ৰ বাবে কেৱল ধ্বংস।
(*Arabic: ẓālimūn. See 2:229).
.
✍️Verse/Note:
23:41. (Not long thereafter) A violent commotion justifiably and unavoidably overtook
them; and We caused them to turn into a heap of dead leaves (because they had become hindrances to our constructive programme ~ 11:68). So lo! See how people who tread the
path of oppression and tyranny are deprived of the successes and pleasures of life. (This is Our unchangeable law which has been in force since the beginning and is based on equity
and justice.)pz.
.
💢২৩:৪২
ثُمَّ أَنْشَأْنَا مِنْ بَعْدِهِمْ قُرُونًا آخَرِينَ
ইয়াৰ পিছত আমি আৰু বহু প্ৰজন্ম সৃষ্টি কৰিছো।
.
💢২৩:৪৩
مَا تَسْبِقُ مِنْ أُمَّةٍ أَجَلَهَا وَمَا يَسْتَأْخِرُونَ
কোনো জাতিয়েই সিহঁতৰ নিৰ্দিষ্ট সময়ক আগতীয়াকৈ আনিব নোৱাৰে আৰু পিচলৈও ঠেলি দিব নোৱাৰে।
.
✍️Verse/Note:
23:43. (They too perished on account of their misdeeds.) Keep in mind that according to
Our Law of Mukafat, neither can a community be destroyed before the manifestation of
results, nor can it survive after that time. (There can be no reduction or extension in it ~ 7:34; 13:38; 15:5.)pz.
.
💢২৩:৪৪
ثُمَّ أَرْسَلْنَا رُسُلَنَا تَتْرَىٰ ۖ كُلَّ مَا جَاءَ أُمَّةً رَسُولُهَا كَذَّبُوهُ ۚ فَأَتْبَعْنَا بَعْضَهُمْ بَعْضًا وَجَعَلْنَاهُمْ أَحَادِيثَ ۚ فَبُعْدًا لِقَوْمٍ *لَا يُؤْمِنُونَ
ইয়াৰ পিছত আমি এজনৰ পিছত এজনকৈ আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছো। যেতিয়াই কোনো জাতিৰ ওচৰত সিহঁতৰ ৰাছুল আহিছে তেতিয়াই সিহঁতে তেওঁক অস্বীকাৰ কৰিছে। ফলত আমি সিহঁতক এটাৰ পিছত এটাকৈ ধ্বংস কৰি কাহিনীত📍 পৰিণত কৰিছো। এতেকে যিসকলে ঈমান পোষণ নকৰে সেইবোৰ সম্প্ৰদায়ৰ বাবে কেৱল ধ্বংসই ধ্বংস*!
(*Arabic: lā yu’minūn. Qur’anic usage implies: (are those) lost in darkness. See 2:6).
.
✍️Note:📍
People who rejected God's guidance became stories of bygone ages to be told as reminders of
the consequences of the corrupt.
History: (Arabic: hadith).
See verses 4:42; 68:37.(signet).
.
💢২৩:৪৫(Moses and Aaron-45-50).
ثُمَّ أَرْسَلْنَا مُوسَىٰ وَأَخَاهُ هَارُونَ بِآيَاتِنَا وَسُلْطَانٍ مُبِينٍ
তাৰ পিছত আমি মুছা আৰু তেওঁৰ ভাতৃ হাৰূনক আমাৰ নিদৰ্শনাৱলীসহ লগতে সুস্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিলো,📍
.
✍️Note:
(📍"নিশ্চয় আমি আমাৰ ৰাছুলসকলক সুস্পষ্ট প্ৰমাণ সহকাৰে প্ৰেৰণ কৰিছো, আৰু তেওঁলোকৰ লগত দিছো কিতাব আৰু ন্যায়ৰ মানদণ্ড, যাতে মানুহে সুবিচাৰ প্ৰতিষ্ঠা কৰে। ..."(৫৭:২৫).
Link:(See point no-3)
.
💢২৩:৪৬
إِلَىٰ فِرْعَوْنَ وَمَلَئِهِ فَاسْتَكْبَرُوا وَكَانُوا قَوْمًا عَالِينَ
ফিৰআউন* আৰু তেওঁৰ পৰিষদবৰ্গৰ ওচৰত। কিন্তু সিহঁতে অহংকাৰ কৰিলে; আৰু সিহঁত আছিল উদ্ধত সম্প্ৰদায়।
(*Arabic: firʿawn. See note to 2:49).
.
✍️Note:
Moses and Aaron are mentioned here by name because their case was different from that of all other prophets: they were rejected not by their own community but by their community's oppressors.(as).
.
💢২৩:৪৭
فَقَالُوا أَنُؤْمِنُ لِبَشَرَيْنِ مِثْلِنَا وَقَوْمُهُمَا لَنَا عَابِدُونَ
তাৰ পিছত সিহঁতে ক’লে, ‘আমি আমাৰ দৰেই দুজন ব্যক্তিৰ প্ৰতি ঈমান পোষণ কৰিমনে, অথচ তেওঁলোকৰ জাতিৰ মানুহবিলাক আমাৰ দাস’?
.
💢২৩:৪৮
فَكَذَّبُوهُمَا فَكَانُوا مِنَ الْمُهْلَكِينَ
এতেকে সিহঁতে তেওঁলোক উভয়কে অস্বীকাৰ কৰিলে, ফলত সিহঁত ধ্বংসপ্ৰাপ্ত সকলৰ অন্তৰ্ভুক্ত হ’ল।
.
💢২৩:৪৯
وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ لَعَلَّهُمْ يَهْتَدُونَ
আৰু আমি অৱশ্যে মুছাক কিতাব🔺 প্ৰদান কৰিছিলো; যাতে সিহঁতে হিদায়ত পাব পাৰে।
.
✍️Note(The Book of Moses):link;
.
💢২৩:৫০
وَجَعَلْنَا ابْنَ مَرْيَمَ وَأُمَّهُ آيَةً وَآوَيْنَاهُمَا إِلَىٰ رَبْوَةٍ ذَاتِ قَرَارٍ وَمَعِينٍ
আমি মাৰইয়ামৰ পুত্ৰ আৰু তেওঁৰ মাতৃক এটা নিদৰ্শন বনাইছিলো আৰু তেওঁলোকক আশ্ৰয় দিছিলো এটা অৱস্থানযোগ্য আৰু প্ৰস্ৰৱণবিশিষ্ট উচ্চ ভূমিত।
.
✍️Verse/Notes(asad):
23:50 And [as We exalted Moses, so, too,] We made the son of Mary and his mother a symbol [of Our grace],* and provided for both an abode in a lofty place of lasting restfulness and unsullied springs**(as).
Note*
In this instance, as "symbol", see surah 19:21. Jesus and his mother Mary are mentioned here specifically because they, too, had to suffer persecution and slander at the hands of "those who were bent on denying the truth".
(Google এই দৃষ্টান্তত, "প্ৰতীক" হিচাপে, চুৰা ১৯:২১ চাওক। যীচু আৰু তেওঁৰ মাতৃ মৰিয়মৰ বিষয়ে ইয়াত বিশেষভাৱে উল্লেখ কৰা হৈছে কাৰণ তেওঁলোকেও "সত্যক অস্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ কৰা"সকলৰ হাতত নিৰ্যাতন আৰু নিন্দা ভোগ কৰিবলগীয়া হৈছিল।)
Note**
I.e., in paradise. The expression (ma'in) signifies "unsullied springs" or "running waters" , and thus symbolizes the spiritual purity associated with the concept of paradise, the "gardens through which running waters flow".
(Google অৰ্থাৎ জান্নাতত। (ma'in) এই অভিব্যক্তিটোৱে "অকলংকিত বসন্ত" বা "বৈ যোৱা পানী"ক বুজায়, আৰু এইদৰে ই স্বৰ্গৰ ধাৰণাটোৰ সৈতে জড়িত আধ্যাত্মিক বিশুদ্ধতাক প্ৰতীক কৰে, "যিবোৰৰ মাজেৰে বৈ যোৱা পানী বৈ যোৱা বাগিচা"।)
.
📚WORD BY WORD MEANING:
[23:37] "There is (Hiya) only (In' illa) our (-naa) worldly (Ed'Dun'yaa) life (Hayaatu-); we live (Nah'ya) and
die (Namuutu), and (Wa) we (Nah'nu) will not (Maa Bi) be resurrected (Mab'uuthiin).
[23:38] "He (Huwa) is only (In' illa) a man (Rajulun) who has fabricated (Ef'taraa) falsehood (Kaziban) about
GOD (Ålaallahi), and (Wa) we (Nah'nu) will not (Maa Bi) believe him (Mu'miniin Lahu)."
[23:39] He (the messenger) said (Qaala), "LORD (Rabbi), help me (Ensur'nii) because (Bimaa) they have denied me
(Kazzabuuni)."
[23:40] HE (God) said (Qaala), "After (Åmmaa) a while (Qaliilin) they will (La) become (Yus'bihunna) regretful
(Naadimiin)."
[23:41] So (Fa) the blast (Es'Soi'hatu) seized them (Akhazat'humu) in truth (Bil' Haqqi), and (Fa) We rendered
them (Jaål'naa-hum') as scum (trash) (Guthaa'an); so (Fa) away with (Bu'dan) the transgressing (Ez'Zoalimiin)
people (Lil' Qaw'mi).
[23:42] Then (Thumma) We established (Ansha'naa) other (Aakhariin) generations (Quruunan) after them
(Ba'dihim').
[23:43] No (Maa Min') nation (Ummatin) will precede (Tas'biqu) its term (Ajala-haa) nor (Wamaa) will they
be delayed (Yas'ta'khiruun).
[23:44] Then (Thumma) We sent (Ar'sal'naa) Our messengers (Rusula-naa) in succession (Tat'raa).
Whenever (Kulla Maa) a nation's (Ummatan) messenger (-Rasuulu-haa) came (Jaa'a), they denied him
(Kazzabuu-hu). Thus (Fa) We caused them to follow each other (At'ba'naa Ba'da-hum Ba'doan) and (Wa)
rendered them (Jaål'naa-hum') discourses (Ahaadiitha). So (Fa) away with (Bu'dan Li) a people (Qaw'mi)
who do not (Laa) believe (Yu'minuun).
[23:45] Then (Thumma) We sent (Ar'sal'naa) Moses (Muusaa) and (Wa) his brother (Akhaa-hu) Aaron
(Haaruuna) with (Bi) Our signs (miracles) (Aayaati-naa) and a clear (Mubiin) authority (Sul'toanin)
[23:46] to (ilaa) Pharaoh (Fir'åw'na) and (Wa) his assembly (Malai'hi), but (Fa) they became arrogant
(Es'tak'baru') and became (Kaanu') a haughty (Ååliin) people (Qaw'man).
[23:47] And (Fa) they said (Qaaluu'), "Should we believe (A'nu'minu Li) two men (Basharai'ni) like us
(Mith'li-naa) while (Wa) their people (Qaw'mu-humaa) are our slaves (Ååbiduun La-naa)?"
[23:48] So (Fa) they denied them both (Kazzabuu-humaa) and (Fa) were (Kaanu') among (Mina) those
annihilated (El'Muh'lakiin).
[23:49] And (Wa) We certainly (Laqad') gave (-Aatai'naa) Moses (Muusaa) the Book (El'Kitaaba) that they
(Laållahum') would be guided (Yah'taduun).
[23:50] And (Wa) We made (Jaål'naa) the son (Eb'na) of Mary (Mar'yama) and his mother (Umma-hu) a
sign (miracle) (Aayatan) and provided shelter for them both (Aawai'naa-humaa) at (ilaa) a hill (Rab'watin) with
(Zaati) a lowland (base) (Qaraarin) and spring water (Ma’een).
.
analysis syedraf, video #muktabulhussain
Comments
Post a Comment