🇮🇳Part-323(23:93-118)Al-Mu'minûn(End)
🟩Part-323(23:93-118)Al-Mu'minûn(End) 🟩 https://youtu.be/T-JQ-45JRsA Muktabul . 🟩মিনি সূচিঃPart-323(23:93-118)Al-Mu'minûn ২৩:৯৬(সৎকৰ্মৰে অসৎকৰ্মক প্ৰতিহত কৰা) ২৩:৯৭-৯৮✅(চয়তানৰ পৰা ৰক্ষা পাবলৈ একমাত্ৰ দোৱা) ২৩:৯৯(The Dead Never Come Back Until the Day of Resurrection) ২৩:১০০✅(বাৰযাখ: ভিডিঅ' চাওঁক। কবৰত আজাব নাই।) ২৩:১০১(সেইদিনা পৰস্পৰৰ মাজত আত্মীয়তাৰ কোনো বন্ধন নাথাকিব-see references) ২৩:১০২-১১১✅(শেষ বিচাৰত তুলাচানিৰ গধূৰ/পাতলৰ কথা আহিছে। কোৰআনৰ মতে(১০৫) আল্লাহৰ গোলামি/ইবাদত নকৰাৰ পৰিণতিৰ কথা আৰু ধৈৰ্যৰে ইবাদত কৰাৰ পুৰস্কাৰৰ কথা কোৱা হৈছে।) ২৩:১১৬(আল্লাহেই সন্মানিত আৰছৰ ৰব-see refs) ।।। 🌐১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🌐২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। 🔵২৩:৯৩(Repel Evil with Good Work). قُلْ رَبِّ إِمَّا تُرِيَنِّي مَا يُوعَدُونَ কোৱা, ‘হে মোৰ ৰব! যি বিষয়ে সিহঁতক প...